Your Voice, Our Strength

এইচ ডি এফ চি বেংকে শিক্ষাৰ পেমেণ্ট ডিজিটেলাইজ কৰিবলৈ ফ্লাইৱায়াৰৰ সৈতে কৰে অংশীদাৰ

আজিৰ খবৰ,গুৱাহাটী, ২২ নৱেম্বৰ, ২০২২: এইচ ডি এফ চি বেংক লিমিটেড , ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বেংক , আজি ফ্লাইৱায়াৰ নিগম (Nasdaq: FLYW) (Flywire) এটা গ্লোবেল পেমেন্ট সক্ষমতা নিগমৰ সৈতে অংশীদাৰিত্ব ঘোষণা কৰে এই…

চেণ্ট জুডছ ইণ্ডিয়াৰ প্ৰশংসনীয় কাম: সম্পূৰ্ণ বিনামূলীয়াকৈ কেন্সাৰ আক্ৰান্ত শিশুক চিকিস্যা আৰু…

আজিৰ খবৰ,গুৱাহাটী, ২২ নৱেম্বৰ ঃ অসমকে ধৰি উত্তৰ-পূবত কেন্সাৰ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ শিশুৰ পৰা বৃদ্ধলৈ এই মাৰাত্মক ৰোগত বছৰি বহু লোক আক্ৰান্ত হৈছে৷ উত্তৰ-পূবৰ আন ৰাজ্যৰ লগতে অসমতো এই ৰোগত আক্ৰান্তৰ…

কলাক্ষেত্ৰত আজিৰ পৰা ২৬ নৱেম্বৰলৈকে অনুষ্ঠিত ৪৯ সংখ্যক ৰাষ্ট্ৰীয় বাল-বৈজ্ঞানিক প্ৰদৰ্শনী

আজিৰ খবৰ,গুৱাহাটী, ২২ নৱেম্বৰ- ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ এন.চি.ই.আৰ.টিৰ উদ্যোগত আৰু অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজিৰ পৰা ২৬ নৱেম্বৰলৈকে অনুষ্ঠিত হোৱা ৪৯…

পূৰবী ডায়েৰীত কৰা ভয়ংকৰ হত্যাকাণ্ডৰ ক্লু লাভ কৰিছে আৰক্ষীয়ে

আজিৰ খবৰ, গুৱাহাটী ২২ নৱেম্বৰ : মহানগৰীৰ পাঞ্জাবাৰীত সোমবাৰে কোনো দুৰ্বৃত্তই দিন দুপৰতে এজন লোকক গুলীয়াই হত্যা কৰা ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে । ভয়ংকৰ হত্যাকাণ্ডৰ তদন্তৰ মাজতে ক্লু লাভ কৰিছে আৰক্ষীয়ে ।…

JAFA Achiever Award-২০২২ , ঘোষণা

আজিৰ খবৰ,গুৱাহাটী ২২ নৱেম্বৰ: ৰাজ্যৰ সাংবাদিক -সংবাদকৰ্মীৰ উমৈহতীয়া মঞ্চ জাৰ্ণেলিষ্ট এচোছিয়েশ্যন ফৰ আসাম চমুকৈ জাফাই আজি JAFA Achiever Award-২০২২ ৰ বঁটা প্ৰাপকৰ নাম সমূহ ঘোষণা কৰে । জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি…

Airtel 5G Plus now live in Guwahati

Azir khobor,Guwahati, November 21, 2022: Bharti Airtel (“Airtel”), India’s leading telecommunications services provider today announced the launch of its cutting edge 5G services in Guwahati - Gateway to North East India. Airtel 5G Plus…

ৰঙা বাওধানৰ চাউল খাইছে নে ? মাজুলীৰ ৰঙা বাওধানৰ চাউলে বিশ্বৰ বজাৰত তুলিছে খলকনি

আজিৰ খবৰ,২১ নৱেম্বৰ, গুৱাহাটী ২০২২: বিশ্বৰ বজাৰত সমাদৰ মাজুলীৰ ৰঙা বাওধান।মাজুলীৰ পৰা দ্বিতীয় বাৰৰ বাবে বিদেশলৈ ৰপ্তানি বিশ কুইন্টল ৰঙা বাও চাউল। মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ লগে লগে ৰঙা বাওধানও হৈ পৰিছে এক ঐশ্বৰ্যশালী সম্পদ । বিদেশী ৰাষ্ট্ৰত…

উত্তৰ পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলন, হাতীগাওঁ শাখাৰ উদ্যোগত কবি সন্মিলন

আজিৰ খবৰ, গুৱাহাটী,২০ নৱেম্বৰ,২০২২: শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰ, লাষ্টগেটত উত্তৰ পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ স্বীকৃতিপ্ৰাপ্ত কামৰূপ মহানগৰ সমিতিৰ অন্তৰ্গত, হাতীগাওঁ শাখা সমিতিৰ উদ্যোগত ১৮ নৱেম্বৰ শুক্ৰবাৰে এখনি কবি সন্মিলন অনুষ্ঠিত হৈ…