Your Voice, Our Strength

তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাৰ ২০২৪-২৫ বৰ্ষৰ বঁটা ঘোষণা।

নিউজ ডেস্ক আজিৰ খবৰ,১৪ ডিচেম্বৰ, তিতাবৰ :  তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাৰ ২০২৪-২৫ বৰ্ষৰ   বঁটা ঘোষণা গ্ৰাম্য সাংবাদিক সন্থাই । সংবাদমেল যোগে এই কথা  সদৰী কৰিলে গ্ৰাম্য সাংবাদিক সন্থাৰ নেতৃত্বই। এইবাৰ সংবাদ শিৰোমণি প্ৰয়াত…

তিতাবৰৰ সাঁচি খেতিয়ক বিশিষ্ট অধিবক্তা বিকাশ বৰালৈ ‘ভাৰত গৌৰৱ বঁটা’

নিউজ ডেস্ক আজিৰ খবৰ,”তিতাবৰ,১৩ ডিচেম্বৰ: অসমৰ সাঁচি ক্ষেত্ৰখনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত তিতাবৰৰ বিশিষ্ট সাঁচি খেতিয়ক তথা অধিবক্তা বিকাশ বৰালৈ ২০২৫ বৰ্ষৰ ভাৰত গৌৰৱ বঁটা । কৰ্ণাটকৰ ভাৰত বিকাশ সংগমে ঘোষণা কৰিছে এই বিশেষ সন্মানৰ কথা ।…

মনীষা শৰ্মাৰ হাতী আৰু ফান্দী লগতে ভেম নামৰ দুখন উপন্যাস উন্মোচন

নিউজ ডেস্ক  আজিৰ খবৰ,গুৱাহাটী: ১৩ ডিচেম্বৰ : জনপ্ৰিয় অসমীয়া পডকাষ্ট চেনেল "টক্ আনফিল্টালেটডত "আজি কবি,লেখক তথা বিশিষ্ট ঔপন্যাসিকা মনীষা শৰ্মাৰ দুখনকৈ গ্ৰন্থ ক্ৰমে "বনলতা" প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত "হাতী আৰু ফান্দী" (সামাজিক…

উচ্চতম ন্যায়ালয়ে এনকাউণ্টাৰ সন্দৰ্ভত দাখিল কৰা তথ্যক আদৰণি জনাইছে ড০ দিব্যজ্যোতি শইকীয়াই

নিউজ ডেস্ক ২৪অক্টোবৰ, গুৱাহাটী : দেশৰ উচ্চতম ন্যায়ালয়ে অসমত ২০২১ বৰ্ষৰ পৰা২০২২বৰ্ষৰ ১৭১ টা এনকাউণ্টৰৰ ঘটনা সন্দৰ্ভত ২২ অক্টোবৰত বিস্তাৰিত তথ্য দাখিলৰ এক নিৰ্দেশ প্ৰদান কৰা কাৰ্যক আদৰণী জনায় অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ…

শ শ কোটি টকা সংগ্ৰহ কৰা বিকাশ ফুকন আৰক্ষীৰ জালত

নিউজ ডেস্ক ডিব্ৰুগড়: বিনিয়োগকাৰীৰ ধনেৰে বিলাসী জীৱন কটোৱা বিশাল ফুকনক আটক । ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰা  বিশাল ফুকন  পৰিল আৰক্ষীৰ জালত  । অৱশেষত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিলে বিশাল ফুকনক। ষ্টক মাৰ্কেটত…

অসমৰ উদ্যোগী মহিলাসকলৰ বাবে সুবৰ্ণ সুযোগ । “তেজস্বিনীয়ে প্ৰদান কৰিব মুঠ ৫ লাখ টকাৰ…

নিউজ ডেস্ক আজিৰ খবৰ,গুৱাহাটী, ১৯ জুন, ২০২৪ – অসমৰ উচ্চাকাংক্ষী মহিলাসকল, বিশেষকৈ উদ্যোগী মহিলাসকলক এক পৰিৱৰ্তনশীল মঞ্চ প্ৰদান কৰাৰ বাবে প্ৰথমবাৰৰ বাবে এই বিশেষ ব্যৱসায়িক ধাৰণাভিত্তিক প্ৰতিযোগিতাখনিৰ আয়োজন কৰা হৈছে। মহিলাসকলে ছয়টা মুখ্য…

সমগ্ৰ দেশৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কৃষি বিষয়াৰ কাৰ্য্যালয় প্ৰাংগনতো “পিএম-কিষাণ…

আজিৰ খবৰ, হাটশিঙিমাৰী, ১৭ জুন, ২০২৪: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ জুন, ২০২৪ তাৰিখ মংগলবাৰে "প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি" (PM-KISAN) আঁচনিৰ অধীনৰ হিতাধিকাৰী কৃষক ৰাইজলৈ উত্তৰ প্ৰদেশৰ বাৰাণসীত অনুষ্ঠিত "পিএম-কিষাণ সন্মিলন"…

তিনিচুকীয়াৰ বাৰেকুৰী দীঘলসাকোত ড্ৰাগছৰ বিৰুদ্ধে সবল পদক্ষেপ । ড০ দিব্যজ্যোতি শইকীয়াৰ প্ৰশংসা

আজিৰ খৱৰ তিনিচুকীয়া ১৬জুন: সমগ্ৰ দেশত এতিয়া ভয়াৱহ ৰূপত চানি ধৰিছে ড্ৰাগছে । চৰকাৰ প্ৰশাসনে তীব্ৰ গতিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও ড্ৰাগছৰ মূল মাফিয়া কেইটাক ধৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী প্ৰশাসন । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে…