Your Voice, Our Strength

EYE CREATION আৰু ZEAL CREATIONS ৰ নতুন ধাৰাবাহিক, অভিনয়াৰ নতুন পাঠ্যক্ৰম আৰু Garima`s hues ৰ আৰম্ভণি

আজিৰ খবৰ, গুৱাহাটী, ২৭ আগষ্ট, ২০২২ : EYE CREATION আৰু ZEAL CREATIONS ৰ বেনাৰত নিৰ্মাণ কৰিবলৈ লোৱা হৈছে এখন নতুন ধাৰাবাহিক “হৃদয়ৰ গান”। এটা অগতানুগতিক কাহিনীৰে নিৰ্মাণ হবলগিয়া ধাৰাবাহিক খনৰ পৰিচালক কল্পজ্যোতি দাস। অলপতে ৰাজগড়স্থিত অৰ্পনা…

বশিষ্ঠ চাৰিআলি বিমল কাৰ্ছত নেক্সনৰ নতুন ভেৰিয়েণ্ট এক্সএম+(এছ), টিয়াগো এক্সটি আৰু নেক্সন ইভি প্ৰাইম…

আজিৰ খৱৰ,গুৱাহাটী, ২৭ আগষ্ট, ২০২২ : ভাৰতৰ আগশাৰীৰ অট'মোবাইল ব্ৰেণ্ড টাটা মটৰ্ছে আজি গুৱাহাটীস্থিত বিমল কাৰ্ছৰ বশিষ্ঠ চাৰিআলি ডিলাৰশ্বিপত বহু প্ৰতীক্ষিত নেক্সন পৰ্টফলিঅ’ সমৃদ্ধ এক নতুন ভেৰিয়েণ্ট এক্সএম+(এছ), টিয়াগো এক্সটি আৰু নেক্সন ইভি…

গুৱাহাটীত বাৰ্বিকিউ নেশ্যনৰ দ্বিতীয়খন ৰেষ্টুৰেণ্ট মুকলি

আজিৰ খবৰ, গুৱাহাটী, ২৭ আগষ্ট, ২০২২: ২৭ আগষ্ট তাৰিখে বাৰ্বিকিউ নেশ্যনে গুৱাহাটীত দ্বিতীয়খন ৰেষ্টুৰেণ্ট মুকলি কৰে। চহৰৰ খাদ্য প্ৰেমীসকলক সেৱা আগবঢ়াবলৈ প্ৰস্তুত, ডাউনটাউনৰ ওচৰৰ উদেষ্ণা বিল্ডিঙত অৱস্থিত ৪৪৭০ বৰ্গফুটৰ এই প্ৰশস্ত আউটলেটটোত ১১৬…

পশ্চিম গুৱাহাটীৰ আদৰ্শ গাঁও হিচাপে ঘোষিত মাজিৰগাঁও গাঁও পঞ্চায়তত আদৰ্শ অংগনবাদী কেন্দ্ৰসহ তিনিটা…

আজিৰ খবৰ, গুৱাহাটী , ২৬ আগষ্ট, ২০২২ : পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ আদৰ্শ গাঁও হিচাপে ঘোষিত মাজিৰগাঁও গাঁও পঞ্চায়ত এলেকাত বিগত সময়চোৱাত আদৰ্শ গাঁও আঁচনিৰ অধীনত বিভিন্ন উন্নয়ন মূলক কাম কৰি থকা হৈছে । ইয়াৰ ভিতৰত আগছিয়াস্থিত…

বিমানকোঠত মহিলা পুৰুষৰ মাজত কেৰম আৰু চেছ প্ৰতিযোগীতা

আজিৰ খবৰ, গুৱাহাটী, ২৬ আগষ্ট, ২০২২ : বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত মহিলা আৰু পুৰুষ কৰ্মচাৰীৰ মাজত এখ সাপ্তাহীক কেৰম আৰু চেছ প্ৰতিযোগীতাৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতী ৰাখি, প্ৰায়…

ভাৰতৰ অন্যতম অতিশয় ফলপ্ৰসূ ক’-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড যুগুত কৰিবলৈ টাটা নিউ আৰু এইচডিএফচি…

আজিৰ খবৰ, গুৱাহাটী, ২৬ আগষ্ট, ২০২২: টাটা নিউ আৰু এইচডিএফচি বেংকে আজি ভাৰতৰ অন্যতম অতিশয় ফলপ্ৰসূ ক'-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড শুভাৰম্ভৰ অৰ্থে এক অংশীদাৰিত্বৰ কথা ঘোষণা কৰে। এই কাৰ্ড দুটা প্ৰকাৰত মুকলি কৰা হ'ব যথাঃ টাটা নিউ প্লাছ এইচডিএফচি…