Your Voice, Our Strength

কামৰূপ মহানগৰ জিলা আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ব’ৰ্ডৰ গুৰুত্বপূৰ্ণ সভা

আজিৰ খবৰ, গুৱাহাটী, ৮জুলাইঃ কামৰূপ মহানগৰ জিলা আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ব’ৰ্ডৰ এখনি গুৰুত্বপূৰ্ণ সভা আজি মহানগৰ জিলা উপায়ুক্তৰ সভা-কক্ষত অনুষ্ঠিত হয় ৷ জিলা উপায়ুক্ত তথা আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সভাপতি পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত…

সুৰক্ষিত খোৱা পানীৰ সুবিধা নিশ্চিত কৰিবলৈ কাছাৰ জিলাত পৰিশোধন ইউনিট স্থাপন

আজিৰ খবৰ, শিলচৰ, ৮ জুলাই, ২০২২ : অসমত হোৱা আকস্মিক বানপানীৰ ফলত ২৪ খন জিলাৰ ১,৩৪৪ খন গাঁৱৰ ৩,৯৩,৭৫৮ টা শিশু আৰু ৪,৬৯,৬০০ গৰাকী মহিলাসহ প্ৰায় ১.৩ নিযুত লোক ক্ষতিগ্ৰস্ত হৈছে।ইউনিচেফে নিজৰ সাহায্য ক্ষমতা বৃদ্ধি কৰিবলৈ আৰু প্ৰভাৱিত শিশু তথা…

মণিপুৰৰ ভূমিস্খলন হোৱা স্থানত এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ নিৰ্মাণ শাখাৰ সজাতি দল

আজিৰ খবৰ, গুৱাহাটী, ৭ জুলাই, ২০২২ : ৰেল মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি উত্তৰ পূবৰ ৰাজ্যকেইখনৰ ৰাজধানী চহৰ সমূহক ব্ৰডগজ ৰেল লাইনৰে পোনপটীয়াকৈ সংযোগ কৰা আঁচনিৰ অংশ হিচাপে মণিপুৰৰ ৰাজধানী ইম্ফল চহৰক সংযোগ কৰাৰ বাবে চলি আছে এক বৃহৎ ৰেলৱে প্ৰকল্প…

গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বানাক্ৰান্ত ৰাইজক সাহাৰ্য্য বিতৰণ

আজিৰ খবৰ, গুৱাহাটী , ৭ জুলাই, ২০২২ : অসমৰ বিভিন্ন প্ৰান্তৰ শিশু আৰু মহিলা সকলৰ হৈ কাম কৰি অহা অগ্ৰণী অনুষ্ঠান গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ৫ জুলাইত মৰিগাঁও জিলাৰ বানাক্ৰান্ত অঞ্চল হিচাপে পৰিচিত শৌলমাৰী গাঁওত ৰাইজৰ মাজত বান সাহায্য…

এছ.বি.আই. জেনেৰেল ইঞ্চুৰেঞ্চে চাইবাৰ ভল্ট এজ মুকলি কৰে, যি ব্যক্তিসকলৰ বাবে এক বিস্তৃত চাইবাৰ বীমা…

আজিৰ খবৰ, মুম্বাই, ৭ জুলাই, ২০২২ : ভাৰতৰ অন্যতম আগশাৰীৰ সাধাৰণ বীমা কোম্পানী এছ.বি.আই. জেনেৰেল ইঞ্চিউৰেন্সে চাইবাৰ ভল্টএজ বীমা আঁচনি মুকলি কৰে, যি ব্যক্তিসকলৰ বাবে এক বিস্তৃত চাইবাৰ বীমা সামৰি ল'ব , যি চাইবাৰ বিপদাশংকা আৰু আক্ৰমণৰ পৰা উদ্ভৱ…

বন বিভাগৰ কেজুৱেল শ্ৰমিকৰ জৰুৰী সভাত শীঘ্ৰে ফিক্সড পে সহ নিযুক্তি আৰম্ভ কৰাৰ দাবী

আজিৰ খবৰ, গুৱাহাটী, ৭ জুলাই, ২০২২ : সদৌ অসম বন বিভাগ কেজুৱেল শ্ৰমিক সন্থাৰ এখন জৰুৰী সাধাৰণ সভা ৬ জুলাইত বন বিভাগৰ পাঞ্জাবাৰীস্থিত মুখ্য কাৰ্যালয় " অৰণ্য ভৱন"ৰ কৰ্মচাৰী ভৱনত অনুষ্ঠিত হয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৭৫ জনৰো অধিক…

পল্লবী মটৰ্চত ব্ৰেজাৰ নতুন মডেল মুকলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ

আজিৰ খবৰ, গুৱাহাটী, ৭জুলাই, ২০২২ :  গুৱাহাটী মহানগৰীৰ জি এছ ৰোডত অৱস্থিত পল্লৱী মটৰ্চত আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত মাৰুটি চুজুকীৰ নৱতম সংযোজন “ব্রেজা”ৰ এক নতুন মডেল মুকলি কৰে ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে। আটকধুনীয়া বাহনখন মুকলি…

কামৰূপ মহানগৰ জিলা টাইকোৱাণ্ডো এছ’চিয়েচন আৰু মডাৰ্ণ ইংলিছ স্কুল, কাহিলীপাৰা, গুৱাহাটীৰ দ্বাৰা…

আজিৰ খবৰ, গুৱাহাটী, ৭ জুলাই , ২০২২: কামৰূপ মহানগৰ জিলা টাইকোৱাণ্ডো এছ'চিয়েচন আৰু মডাৰ্ণ ইংলিছ স্কুল, কাহিলীপাৰা, গুৱাহাটীয়ে ৮ ৰ পৰা ১৭ বছৰৰ শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি বিভিন্ন বয়সৰ লোকৰ বাবে যুটীয়াভাৱে প্ৰথম সদৌ অসম আন্তঃ-বিদ্যালয়…

গুৱাহাটী মহানগৰীত মানৱতাৰ জয়গান :: জে বি ল কলেজৰ ছাত্ৰ ছাত্ৰীৰ সহযোগত ডঃ দিব্যজ্যোতি শইকীয়াই উদ্ধাৰ…

আজিৰ খবৰ, গুৱাহাটী, ৫ জুলাই, ২০২২ : আজি গুৱাহাটীৰ ৰাজপথৰ পৰা অচিনাক্ত মানসিক ভাৰসাম্যহীন শাৰীৰিক ভাবে দুৰ্বল আৰু আঘাটপ্ৰাপ্ত ঝাৰখণ্ডৰ এজন যুৱকক উদ্ধাৰ কৰা হয়। এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা…