Your Voice, Our Strength

এছ আই পি আৰ ডিৰ উদ্যোগত গাঁও পঞ্চায়ত প্ৰতিনিধিৰ বহনক্ষম উন্নয়ন বিষয়ক প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি

আজিৰ খবৰ, গুৱাহাটী, ৫ জুলাই, ২০২২ : অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ ( এছ আই পি আৰ ডি ) অন্তৰ্গত সম্প্ৰসাৰণ শিক্ষা কেন্দ্ৰ চমুকৈ ই টি…

চাহ জনজাতি জাতীয় সন্মিলনী, অসমৰ প্ৰধান কাৰ্যালয়ৰ শুভ উদ্বোধন

আজিৰ খবৰ, গুৱাহাটী, ৫ জুলাই, ২০২২ : আজি চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমান পত্ৰ প্ৰদানৰ বাবে গঠন হোৱা চাহ জনজাতি জাতীয় সন্মিলনীৰ গুৱাহাটী ৰূপনগৰত নবনিৰ্মিত প্ৰধান কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে সামাজীক ন্যায়,সবলীকৰন বিভাগৰ মন্ত্ৰী পিযুষ হাজৰীকাই।…

সতৰ্কতা জাননী : এন. আৰ. এল. ৰ ভূৱা ৱেবছাইট সৃষ্টি

আজিৰ খবৰ, গুৱাহাটী, ৫ জুলাই, ২০২২ : নুমলীগড় শোধনাগাৰ লিমিটেডৰ প্ৰকৃত কৰ্পোৰেট ৱেবছাইট www.nrl.co.in ৰ ঠাইত এন. আৰ. এল. ৰ এক ভূৱা ৱেবছাইট সৃষ্টি কৰি, খালীপদৰ ভূৱা বিজ্ঞাপন জাৰি কৰি সন্দেহহীন প্ৰাৰ্থীৰ পৰা ধন আত্মসাৎ কৰিবলৈ এটা দুষ্ট চক্ৰই…

দৰংৰ বান ক্ষতিগ্ৰস্ত অঞ্চলত ডঃ দিব্যজ্যোতি শইকীয়া

আজিৰ খবৰ, গুৱাহাটী, ৫ জুলাই, ২০২২ : অসমৰ বান খহনীয়াৰ সম্পৰ্কে সৰ্বজন বিদিত। যোৱা বৰ্ষ সমূহৰ তুলনাত চলিত বর্ষত অসমৰ বহু ন ন জিলা তথা অঞ্চলত বানে তাণ্ডৱৰ সৃষ্টি কৰিছে। দীৰ্ঘ দিনৰ পৰা বান খহনীয়া সমস্যাৰ সতে যুজঁ দি চৰকাৰৰ দৃষ্টি গোচৰ কৰি এই…