Your Voice, Our Strength

সাবধান! আপুনি অম্বুবাচী মেলাত আছে নেকি! :: অম্বুবাচী মেলাত বাবাৰূপী চোৰৰ সন্ত্ৰাস

আজিৰ খবৰ, গুৱাহাটী, ২৫ জুন, ২০২২ : অম্বুবাচী মেলাত বাবাৰূপী চোৰৰ সন্ত্ৰাস।মেলাত বহিঃৰাজ্যৰ চোৰৰ গেঙক কৰায়ত্ত।৫গৰাকী মহিলা আৰু এজন বাবাক আটক। 🌀ভক্তৰ পৰা চুৰি কৰিছিল সোণৰ চেইন,পইচা।পুৰুষৰ বেশত মহিলা চোৰৰ লুটপাত।সৰু কাটাৰেৰে খোজ…

২৭ জুনত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল : কোনকেইটা ৱেবছাইটত আপুনি পাব ফলাফল?

🔳২৭ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। 🔳২৭ জুনৰ পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফল। 🔳মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে সদৰি কৰে এই কথা। 🔳উল্লেখযোগ্য যে, সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা বাৰ্তা…

পশ্চিমবংগৰ পৰা অহা ভক্তৰ দেহত ধৰা পৰিছে ক’ভিড

আজিৰ খবৰ, গুৱাহাটী, ২৫ জুন, ২০২২ : মহামিলনৰ তীৰ্থত পৰিণত নীলাচল।২২ জুনৰ পৰা আৰম্ভ হোৱা অম্বুবাচী মেলালৈ হাজাৰ হাজাৰ তীৰ্থযাত্ৰীৰ আগমণ ঘটিছে। ▶️শক্তিপীঠ কামাখ্যাত দেশৰ বিভিন্ন প্ৰান্তৰ সাধু-সন্ন্যাসীয়ে ভিৰ কৰিছে।কিন্তু…

বৰাগাঁওৰ ডাম্পিং গ্ৰাউণ্ডত বিজ্ঞান সন্মত পদ্ধতিৰে আৱৰ্জনা নেপেলোৱা কাৰ্যত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ…

আজিৰ খবৰ, গুৱাহাটী, ২৫ জুন, ২০২২ : ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীশকৰণৰ ( এন জি টি ) কঠোৰ নিৰ্দেশৰ পাছত পশ্চিম বৰাগাঁওত দীপৰ বিলৰ সমীপত থকা পূৰ্বৰ ডাম্পিং গ্ৰাউণ্ডটো গুৱাহাটী পৌৰ নিগমে বিগত বৰ্ষৰ জুলাই মাহত বন্ধ কৰি দিছিল । তাৰ পাছত পৌৰ নিগমে…

এছ.বি.আই. (SBI) সাধাৰণ বীমাৰ অসমৰ কেইবাখনো বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত জিলালৈ সমৰ্থন

আজিৰ খবৰ, গুৱাহাটী , ২৫ জুন,২০২২ : এছ.বি.আই. জেনেৰেল ইঞ্চিউৰেন্সে ধাৰাসাৰ বৰষুণ আৰু তাৰ পিছত অসমৰ দক্ষিণ অংশত হোৱা বানপানীৰ ফলত ক্ষতিগ্ৰস্ত গ্ৰাহকসকলক সহায় কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। বানপানীৰ ফলত ৰাজ্যখনৰ ৫০.৫ লাখৰো অধিক লোক প্ৰভাৱিত…