Your Voice, Our Strength

মথাউৰি ভঙাক লৈ তৎপৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ মঙ্গলদৈৰ শাকতোলা মথাউৰি পৰিদৰ্শন: শীঘ্ৰে মথাউৰিৰ ভঙা অংশত…

আজিৰ খবৰ, ছিপাঝাৰ, ১৮ মে, ২০২২ : দৰং জিলাৰ মঙ্গলদৈ সমষ্টিৰ অন্তৰ্গত বৰ আঠিয়াবাৰীৰ শাকতোলা নদীৰ বাওঁফালৰ মথাউৰিৰ প্ৰায় ১২ মিটাৰ অংশ পুৱতি নিশা নদীৰ ধলে খহাই নিয়াৰ খবৰ পাই অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই ততাতয়াকৈ আজি অঞ্চলটোত…

জালুকবাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ

আজিৰ খবৰ, গুৱাহাটী , ১৮ মে : মহানগৰীৰ জালুকবাৰীৰ মহাবীৰ লাচিত বৰফুকন উদ্যানৰ সমীপত জালুকবাৰী আৰক্ষী চকীৰ এটা দলে আজি দুপৰীয়া বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ হোৱা যুৱকজনক আমিনুল ৰহমান ( ২৭ ) বুলি চিনাক্ত কৰা হৈছে ।…

বিধায়কৰ উপস্থিতিত ডাম্পিং গ্রাউণ্ড বন্ধৰ দাবীত ৰাইজৰ বৰাগাঁওত তিনি ঘণ্টাজোৰা অৱস্থান ধৰ্মঘট

আজিৰ খবৰ, গুৱাহাটী , ১৮ মে : দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ , সংবৰ্ধনৰ বাবে অলপতে গঠন কৰা দীপৰ বিল সুৰক্ষা মঞ্চই আজি দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত নীতি বর্হিভূত ভাবে স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাৰ দাবীত পশ্চিম বৰাগাঁওৰ বেলৰতলত…

ব্ৰহ্মপুত্ৰ ভেলি ইংলিছ একাডেমীৰ উদ্যোগত ৰাণী গনপতিত বস্ত্ৰ আৰু খাদ্য সামগ্ৰী বিতৰণ

আজিৰ খবৰ, গুৱাহাটী , ১৮ মে : পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত বঙৰা পাচনীয়াপাৰাস্থিত ব্ৰহ্মপুত্ৰ ভেলি ইংলিছ একাডেমীয়ে জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে অসম - মেঘালয় সীমান্তৰ ৰানী গণপতি অঞ্চলত ১৫ মে'ত দুখীয়া লোকসকলৰ মাজত খাদ্য সামগ্ৰী আৰু বস্ত্ৰ…

যুদ্ধকালীন তৎপৰতাৰে জলসম্পদ বিভাগে ৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত খান্দিলে নলা

আজিৰ খবৰ, গুৱাহাটী, ১৭ মে : প্ৰায় দুটা সপ্তাহ ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ এটা বৃহৎ অংশ কৃত্ৰিম বানৰ কৱলত থকাৰ পাছত আজি অসম চৰকাৰৰ জলসম্পদ বিভাগে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত সাতমাইলৰ পৰা…