Your Voice, Our Strength
Browsing Tag

News 24

শিৱসাগৰত মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ প্ৰতিবাদ

আজিৰ খবৰ, শিৱসাগৰ, ১৩ জুলাই :- সোমবাৰে শিৱসাগৰত একাংশ মধ্যাহ্ন ভোজন ৰান্ধনীয়ে প্রতিবাদ সাব্যস্ত কৰে । বিগত পাঁচ মাহ ধৰি নিজ মজুৰিৰ পৰা বঞ্চিত হৈ থকাত এই সকল ৰান্ধনী মহিলাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ…

গুৱাহাটী মহানগৰীৰ দিছপুৰস্থিত জনতা ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ এটা…

আজিৰ খবৰ, গুৱাহাটী, ১৩ জুলাই :- সমগ্ৰ দেশৰ লগতে অসমতো ভয়াবহ ৰূপ ধাৰণ কৰিছে অতিমাৰী কৰোণাই ।প্ৰতিদিনে বৃদ্ধি পাইছে কৰ'ণা ৰোগীৰ সংখ্যা ।ফলত উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ। ইতিমধ্যে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ বন্ধ হৈ পৰিছে। ফলত ছাত্ৰ ছাত্ৰী…

আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীলৈ সুখবৰ

আজিৰ খবৰ, গুৱাহাটী, ১৩ জুলাই :- এতিয়াৰে পৰা তামিলনাডুৰ ভেলোৰৰ আগশাৰীৰ চিকিৎসালয়ত চিকিৎসা লাভ কৰিব আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীয়ে। ▶️অসম চৰকাৰৰ অভিলাষী স্বাস্থ্য নিশ্চয়তা আঁচনি ‘অটল অমৃত অভিযান’ৰ অধীনত ৰাজ্যৰ দুখীয়া পৰিয়ালৰ…

গুৱাহাটী মহানগৰীৰ লাখটকীয়াস্থিত কেন্দ্ৰীয় হিলাল কমিটি অসমৰ, ঈদ উল আজহাৰ কথা ঘোষণা ।

আজিৰ খবৰ, গুৱাহাটী, ১৩ জুলাই :- ২১ জুলাই অনুষ্ঠিত হব ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ঈদ উল আজহা। সেই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লাখটকীয়াস্থিত কেন্দ্ৰীয় হিলাল কমিটি অসমৰ, সভাপতি মৌলানা ফখৰুদ্দিন আহমদ কাচিমী আৰু সম্পাদক প্ৰধান আলজাহ ইমদাদ…

অসমত দুখন নতুন অভয়াৰণ্য গঠনৰ দাবী নেচাৰ্ছ বেকনৰ।

আজিৰ খবৰ, গুৱাহাটী, ১৩ জুলাই :-গোৱালপাৰা জিলাত পঞ্চৰত্ন অভয়াৰণ্য আৰু অজগৰ অভয়াৰণ্য গঠন সন্দৰ্ভত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতে বিস্তৃত আলোচনা সৌম্যদ্বীপ দত্তৰ। নেচাৰ্ছ বেকনৰ অনুসন্ধানকাৰী দলে পঞ্চৰত্ন অৰণ্যত ১৬৮ প্ৰজাতিৰ বনৰীয়া চৰাই আৰু…

দুদিনৰ ভিতৰতে অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰিবলৈ নিৰ্দেশ

আজিৰ খবৰ, ১০ জুলাই : আজি অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন এক পৰ্যালোচনা সভাত কভিড সংক্ৰমণৰ কেন্দ্ৰলৈ পৰিণত হোৱা জিলাখনৰ অবৈধ সুৰাৰ…

অবৈধ সুৰাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন।

আজিৰ খবৰ,১১জুলাই : যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা আবকাৰী অধীক্ষকৰ কাৰ্যালয়ৰ সহযোগত জিলাখনৰ ৪ টা ৰাজহ চক্ৰতে যোৱা ২৫ জুনৰ পৰা অধিক তৎপৰতাৰে চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই চুলাই ঘাটি সমূহ উৎখাত কৰে । জিলা উপায়ুক্ত অশোক…

দক্ষিণ কামৰূপ সচেতন মঞ্চৰ সজল প্ৰয়াস।

গুৱাহাটী, ১১জুলাই : কোৰোনা ভাইৰাছে আমাৰ দেশ তথা সমগ্র বিশ্বজুৰি মানুহৰ জীৱন তচ নচ কৰি পেলাইছে। পৰিস্থিতিৰ বৰ অধিক অৱনতি ঘটিছে। আমাৰ শ্বহীদ পৰিয়ালসমূহ কেনে আছে, ইয়াৰ বুজ লোৱাৰ লগতে ভাৱৰ আদান প্ৰদান কৰাৰ বাবে আজি দক্ষিণ কামৰূপ সচেতন মঞ্চৰ…

নৰপিশাচ চৈয়দ আলীয় ওৰফে পাঠাৰ স্বীকাৰোক্তি

আজিৰ খবৰ,১১ জুলাই: ভূৰাগাঁৱৰ ধর্ষণ–হত্যাকাণ্ডৰ অভিযুক্ত বর্বৰ পাঠা ওৰফে চৈয়দ আলীয়ী সাংবাদিকৰ সন্মুখত জঘন্য কাণ্ড কৰা বুলি স্বীকাৰোক্তি দিয়ে৷ মৰিগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্রতিভ লাল বৰুৱাৰ নেতৃত্বত দণ্ডাদীশ মৈত্রী মৰাণৰ উপস্থিতিত…