কালিলৈ ঘোষণা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল কোনকেইটা ৱেবচাইটত উপলব্ধ হ’ব ফলাফল ..?
আজিৰ খবৰ ২৯ জুলাই : কালিলৈ অৰ্থাৎ ৩০ জুলাইত ঘোষণা কৰা হ'ব হাইস্কুল শেষান্ত পৰীক্ষাৰ ফলাফল । হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ৩০ জুলাইত পুৱা ঘোষণা কৰা হ'ব বুলি মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা…