ডকাইত ধৰা ব্যক্তিক পুৰস্কৃত কৰিব কাছাৰ পুলিছে
আজিৰ খবৰ,৩জুলাই : দুজন সন্দেহজনক বাইকাৰোহীৰ তথ্যৰ বাবে কাছাৰ পুলিচে পুৰষ্কাৰ ঘোষণা কৰিছে ৷ কোনো ব্যক্তিৰ পৰা উক্ত দুই অপৰাধীয়ে ধন কাঢ়ি নিয়াৰ অভিযোগ উঠিছে ৷ কাছাৰ আৰক্ষীয়ে এই দুই অপৰাধীৰ বিৰুদ্ধে এখন ফটো শ্বেয়াৰ কৰিছে টুইটাৰত ৷ টুইটাৰত…