মৈৰাবাৰী আৰক্ষীৰ জালত, নগাঁও আৰক্ষীৰ মোষ্ট ৱান্টেড ড্ৰাগছ মাফিয়া নজৰ ফকিৰ।
নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত নিজ ধিঙৰ পৰা এই দুধৰ্ষ ড্ৰাগছ মাফিয়া টোৱে বিভিন্ন অঞ্চললৈ সৰবৰাহ কৰিছিল ড্ৰাগছ, ব্ৰাউন ছুগাৰ।
নজৰৰ সহযোগী বাহাৰুলক গ্ৰেপ্তাৰৰ পোন্ধৰ দিনৰ পাছত আটক নজৰ ফকিৰ। এতিয়াও পলাতক নুইম্মা আলী।
…