Your Voice, Our Strength

মূখ্যমন্ত্ৰী ৰূপে অধিস্থিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মা মাৰ্ঘেৰিটা ভ্ৰমণ।

মূখ্যমন্ত্ৰী আসনত অধিস্থিত হৈ পুন প্ৰথমবাৰৰ বাৱে আজি মাৰ্ঘেৰিটাত আহি উপস্থিত হ'ল হিমন্ত বিশ্ব শৰ্মা। কথা দি কথা ৰাখিলে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰাক নিৰ্বাচনী প্ৰচাৰসভালৈ আহি হিমন্ত বিশ্ব শৰ্মাই মাৰ্ঘেৰিটা বাসীক কথা দিছিল যে অসমত…

লাহৰীঘাটত গ্ৰেপ্তাৰ চাৰি ছাইবাৰ অপৰাধী ।

লাহৰীঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি লাহৰীঘাটৰ নগাবান্ধা গাঁৱৰ পৰা বহু আপত্তি জনক সামগ্ৰীৰ লগতে চাৰি গৰাকী ছাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত অপৰাধী কেইজন হৈছে গৰৈমাৰী গাঁৱৰ ২৭ বছৰীয়া ৰাজিবুল ইছলাম , ২১ বছৰীয়া ইনজামুল হক , ২১…

অৱশেষত মৃত্যুৰে হাৰ মানিলে ‘ফ্লাইং শিখ’ মিলখা সিঙে।

অৱশেষত মৃত্যুৰে হাৰ মানিলে 'ফ্লাইং শিখ' মিলখা সিঙে। শুকুৰবাৰে নিশা কোৰোণাজনিত সমস্যাত ভূগি শেষ নিশ্বাস ত্যাগ কৰে মিলখা সিঙে। ভাৰতৰ ক্ৰীড়া জগতক এক নতুন জীৱনদিয়া মিলখা সিঙে প্ৰায় এমাহ ধৰি কোৰোণা আৰু অন্য ৰোগৰ সৈতে যুঁজি আছিল। কৰ'নাই কাঢ়ি…

বাতিল হ’ল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ।

আজিৰ খবৰ, গুৱাহাটী ,১৮ জুন : অৱশেষত অনিশ্চয়তা আৰু উৎকণ্ঠাৰ অন্ত পৰিল! বাতিল হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা । শুকুৰবাৰে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। কিন্তু কি হ'ব…

ৰূপজ্যোতি কুর্মীক কংগ্ৰেছৰ পৰা বহিস্কাৰ কৰিলে সভাপতি ৰিপুন বৰাই।

ৰূপজ্যোতি কূৰ্মীক কংগ্ৰেছৰ পৰা ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে । সভাপতি ৰিপুণ বৰাই বহিষ্কাৰ কৰিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক । দলৰ প্ৰাথমিক সদস্য পদৰ পৰা  ৰূপজ্যোতি কূৰ্মীক বহিষ্কাৰ কৰিলে ৰিপুণ বৰাই। দল বিৰোধী কাম-কাজৰ অভিযোগত বহিষ্কাৰ…

দেৱাংগনা কলিতাক শীঘ্ৰে মুকলি কৰি দিয়াৰ নিৰ্দেশ আদালতৰ

আজিৰ খবৰ,গুৱাহাটী, ১৭ জুন:দেবাংগনা কলিতাসহ দুই শিক্ষাৰ্থীক  মুকলি কৰি দিবলৈ নিৰ্দেশ আদালতৰ। দিল্লীৰ এখন আদালতে উত্তৰ–পূব দিল্লীৰ হিংসাত্মক ঘটনাত অভিযুক্ত জামিয়া মিলিয়া ইছলামিয়াৰ ছাত্ৰ আছিফ ইকবাল তনহা আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ…

মহাভাৰতৰ পঞ্চপাণ্ডৱৰ নাম সকলোয়ে জানে কিন্তু কৌৰৱৰ এশজন পুত্ৰৰ নাম জানেনে ?

মহাভাৰতৰ পঞ্চপাণ্ডৱৰ নাম সকলোয়ে জানে কিন্তু কৌৰৱৰ এশজন পুত্ৰৰ নাম জানেনে ? আজিৰ খবৰ ,গুৱাহাটী, ১৫ জুন : মহাভাৰতৰ পঞ্চপাণ্ডৱৰ পাঁচজন ভাই ককাই নাম হৈছে - (1) যুধিষ্ঠিৰ (2) ভীম (3) অৰ্জুন (4) নকুল (5) সহদেৱ এই…

২২ জুনলৈ জাৰি হ’ল নতুন SOP

⭕দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউত কাৰ্ফিউৰ সময় বিয়লি ৫ বজাৰ পৰা ⭕দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউত…

আই পি এছ নিম্বালকৰৰ নেতৃত্বত এটাৰ পিছত আন এটা সফলতা

আজিৰ খবৰ,গুৱাহাটী ১৫ জুন : শিলচৰ: বৰ্তমান সময়ত অসমত দুই এজন উচ্চ পদস্থ আৰক্ষী বিষয়াই নিজকে চেলিব্ৰেটি সজোৱাৰ বিপৰীতে আন একাংশ আৰক্ষী বিষয়াই অতি নীৰৱে কঠোৰ পৰিশ্ৰমৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰি দেশ,সমাজ তথা নিজ বিভাগলৈ গৌৰৱ…

কোন হ’ব অসম প্ৰদেশ কংগ্ৰেছৰ পৰবৰ্তী সভাপতি ?

আজিৰ খবৰ ,গুৱাহাটী,১৫ জুন:ৰিপুন বৰাৰ পদত্যাগৰ পিছত কোনে লাভ কৰিব কংগ্ৰেছৰ সভাপতি ? কোনজন হাইপ্ৰফাইল নেতা হ'ব অসম প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী ? যাক লৈ এতিয়া কংগ্ৰেছৰ কেইবাজনো হাইপ্ৰফাইল নেতাই সভাপতি পদক লৈ কৰিছে টনাআঁজুৰা ।উত্থাপিত হৈছে বহু…