Your Voice, Our Strength

Covid-19: নতুন ভেৰিয়েণ্ট Delta plusএ আনিব তৃতীয় ঢৌ !

কোৰোণাৰ দ্বিতীয় ঢৌ অব্যাহত থকাৰ মাজতে এটা নতুন ভেৰিয়েণ্টে ভাৰতত সৃষ্টি কৰিছে তীব্ৰ আশংকা। বৰ্তমানলৈকে সমগ্ৰ ভাৰতত নতুন ভেৰিয়েণ্ট ডেল্টা প্লাছৰ ৩০ টা ঘটনা পোহৰলৈ আহিছে। কোৰোণা ভাইৰাছৰ অত্যন্ত সংক্ৰামক ৰাজ্য মহাৰাষ্ট্ৰত ডেল্টা প্লাছ…

মহানগৰ আৰক্ষীৰ এক বৃহৎ সফলতা ।

আজিৰ খবৰ, ২৩ জুন : মহানগৰীৰ ধাৰাপুৰৰ মজলীত সন্ধিয়া মহানগৰ আৰক্ষী আৰু আজাৰা আৰক্ষীয়ে চলালে ড্ৰাগছ বিৰোধী অভিযান । অভিযানতে মহানগৰী আৰক্ষী আৰু আজাৰা আৰক্ষীয়ে ধাৰাপুৰ মজলীৰ পৰা জব্দ কৰে বৃহৎ পৰিমানৰ নিচাযুক্ত সামগ্ৰী । মজলীৰ ছফীকুল ইছলাম নামৰ…

সাত’ লগা বা ‘ষাঁঠ’ লাগিলে কি নিয়ম মানিব লাগে?

আজিৰ খবৰ,২১ জুন: কৃষক আৰু গাঁৱৰ সমাজত অম্বুবাচীৰ বা সাত লাগিলে কিছুমান নিয়ম আৰু বাধা-নিষেধ পাৰ্যমানে ৰক্ষা কৰি আহিছে । ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা সৃষ্টি হবৰ দিনৰে পৰা ।আমাৰ ‘সাত লগা’ বুলিলে যিবোৰ নিয়ম পৰম্পৰাগতভাৱে প্ৰচলিত সেইবোৰ হ’ল–…

এইবাৰো অনুষ্ঠিত নহয় অম্বুবাচী মেলা৷

আজিৰ খবৰ,২১ জুন : এইবাৰো কামাখ্যাধামত অনুষ্ঠিত নহয় অম্বুবাচী মেলা৷ । অম্বুবাচীৰ প্রবৃত্তিৰ সময় ২২ জুনৰ দুপৰীয়া ২ বাজি ৬ মিনিট ২৯ ছেকেণ্ডত৷ নিবৃত্তিৰ সময় ২৬ জুনৰ পুৱতি নিশা ২ বজাতি ২৯ মিনিট ৯ ছেকেণ্ডত৷ ক’ভিড পৰিস্থিতিৰ বাবে এইবাৰ অম্বুবাচীত…

আজি গেৰুৱা বসন পিন্ধিলে ৰূপজ্যোতি কুর্মীয়ে ।

আজিৰ খবৰ,২১জুন,গুৱাহাটী : মৃত্যুৰ সময়লৈকে কংগ্ৰেছত থাকিয়েই শেষ নিশ্বাস ত্যাগ কৰিম বুলি কোৱাৰ লগতে কিছু দিনৰ আগলৈকে প্রদেশ কংগ্রেছৰ সভাপতি পদৰ বাবে নিজকে যোগ্য বুলি দাবী কৰি অহা মৰিয়নি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কংগ্রেছ নেতা ৰূপজ্যোতি…

বিদ্যালয়ৰ সন্মুখত কিয় আঁঠু লৈ সেৱা কৰিলে শিক্ষামন্ত্ৰীয়ে

আজিৰ খবৰ,২০ জুন : HSLC আৰু HS পৰীক্ষা বাতিল হ'ল। এতিয়া কি দৰে কৰিব ছাত্ৰ ছাত্ৰীৰ মূল্যাংকন? চৰকাৰে গঠন কৰি দিলে দুখন কমিটী। ইফালে নপতা পৰীক্ষাৰ ফলাফল ৩১ জুলাইৰ ভিতৰত দিয়াৰ সিদ্ধান্ত । তাৰ মাজতে এখন বিদ্যালয়ত আঁঠু লৈ সেৱা কৰিলে…

বিৰল! ৫.২ কিলো ওজনৰ শিশুৰ জন্ম।

🔹বিৰল! শিলচৰ চিভিল হাস্পতালত ৫.২ কিলো ওজনৰ শিশুৰ জন্ম 🔹 বৃহস্পতিবাৰে কনকপুৰৰ এগৰাকী প্ৰসূতিয়ে জন্ম দিয়ে পুত্ৰ শিশুটি 🔹ইমান ওজনৰ শিশু জন্মৰ ঘটনা দেশৰ ভিতৰতে বিৰল, মন্তব্য চিকিত্‍সকৰ 🔹 ডঃ আফচৰ আলমৰ…

কামৰূপ মহানগৰত টীকাকৰণ কেন্দ্ৰ বৃদ্ধিৰ নিৰ্দেশ উপায়ুক্তৰ

টীকাকৰণ অভিযান তীব্ৰতৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে কামৰূপ মহানগৰ জিলাত ক’ভিড টীকাকৰণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধিৰ নিৰ্দেশ দিছে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷ বৰ্তমান থকা কেন্দ্ৰসমূহৰ উপৰিও অতিৰিক্ত কেন্দ্ৰ গঠন কৰি টীকাকৰণ…

কৰ্ম আৰু অনুপ্ৰেৰণাৰ অন্য এক নাম নুৰুল ইছলাম।

কুকুৰা পালনেৰে স্বাৱলম্বী কাৰাইখাইতি গাঁওৰ এজন যুৱক। কুকুৰা পালনেৰে স্বাৱলম্বী এজন যুৱক। কৰ্ম আৰু অনুপ্ৰেৰণাৰ অন্য এক নাম নুৰুল ইছলাম। যুৱকজন এতিয়া হৈ পৰিছে আন দহজনৰ বাবে আদৰ্শ। একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত মানুহ কেনেকৈ স্বাৱলম্বী হব…

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাইক্ৰ ফাইনেন্স সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া কংগ্ৰেছ নেত্ৰী…

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সকলো মহিলাৰ ক্ষেত্রত ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই সন্দৰ্ভত নিৰ্বাচনী সভাত দিয়া তেওঁৰ ভাষণ মাথো এটা "ৰাজনৈতিক বিবৃতি আছিল, কোনো চৰকাৰী বিবৃতি" নহয় বুলি দিয়া মন্তব্য অত্যন্ত নিন্দনীয়। অসম প্ৰদেশ কংগ্ৰেছ…