Your Voice, Our Strength

কাঁহিকুছিৰ উদ্যান শস্য গৱেষণা প্ৰতিষ্ঠানত দক্ষতা বিকাশ কেন্দ্র উদ্বোধন

আজিৰ খবৰ, গুৱাহাটী , ১০ ছেপ্টেম্বৰ, ২০২২ : অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত উদ্যান শস্য গৱেষণা প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ অংশ হিচাপে প্ৰতিষ্ঠানখনৰ চৌহদত ৰাজ্যৰ ভিতৰতে কৃষি খণ্ডত প্ৰথম…

চেকেন্দ্ৰাবাদত এনএফআইআৰৰ ৰাষ্ট্ৰীয় অভিবৰ্তনৰ সামৰণি ; মুনীন্দ্ৰ শইকীয়া পুনৰ যুটীয়া সাধাৰণ সম্পাদক…

আজিৰ খবৰ, গুৱাহাটী , ১০ ছেপ্টেম্বৰ, ২০২২ : ভাৰতীয় ৰেলৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন হিচাপে পৰিগণিত হৈ অহা নেশ্যনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেন চমুকৈ এনএফআইআঁৰৰ ৩০ সংখ্যক ৰাষ্ট্রীয় অভিবৰ্তনখন তিনিদিনীয়া কাৰ্যসূচীৰে ৫ ছেপ্টেম্বৰৰ পৰা ৭…

এনভিচিএলৰ পৰা কুইকোবুকৰ ১ কোটি টকা সংগ্ৰহ, গুৱাহাটী আৰু শিলচৰত চাৰ্জাৰী কেয়াৰ এছিষ্টেঞ্চ আৰম্ভ

আজিৰ খবৰ, গুৱাহাটী, ১০ ছেপ্টেম্বৰ, ২০২২ : কুইকোবুকে মেট্ৰ’ চহৰসমূহলৈ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে এনভিচিএল (নেডফি ভেঞ্চাৰ কেপিটেল লিমিটেড)ৰ পৰা ১ কোটি টকাৰ পুঁজি সংগ্ৰহ কৰিছে। এনভিচিএলৰ ধনেৰে কোম্পানীটোৱে চাৰ্জাৰী কেয়াৰ…

অসমীয়া জাতিৰ সংকটৰ সময়ত জাতিটোৰ অন্যতম প্ৰহৰী ৰূপে বলিষ্ঠভাৱে মাত মতা নেকিবুৰ জামান গুৰুতৰভাৱে…

আজিৰ খবৰ, গুৱাহাটী, ৮ ছেপ্টেম্বৰ, ২০২২ : আশীৰ দশকৰ পৰাই অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ অন্যতম হোতা হৈ থকা বিশিষ্ট অধিবক্তা, সদৌ গুৱাহাটী ছাত্ৰ সন্থা, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থা সভাপতিকে ধৰি আছুৰ মঞ্চত বিভিন্ন গুৰু দায়িত্ব পালন কৰা…

আকাশ বাইজুছৰ গুৱাহাটী নিবাসী সুব্ৰত কুমাৰ গোস্বামীয়ে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে লাভ কৰিছে…

আজিৰ খবৰ, গুৱাহাটী, ছেপ্টেম্বৰ ০৮, ২০২২ : গুৱাহাটীৰ নিবাসী আকাশ বাইজুছৰ শিক্ষাৰ্থী সুব্ৰত কুমাৰ গোস্বামীয়ে প্ৰতিষ্ঠিত ৰাষ্ট্ৰীয় প্ৰৱেশ পৰীক্ষা (NEET) ইউ জি ২০২২ ত সৰ্বভাৰতীয় ১৫৩ ৰেংকিং দখল কৰি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে শীৰ্ষ স্থান…