বটদ্ৰৱা আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী।
আজিৰ খবৰ, বটদ্ৰৱা, ২৬ জুলাই : সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষীয়েও ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে তীব্ৰতৰ অভিযান।আজি বটদ্ৰৱা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি নগাঁও- ধিং সংযোগী গড়কাপ্তানী পথৰ হাইডুবিত এজন ড্ৰাগছ সৰবৰাহকাৰীক…