Your Voice, Our Strength
Browsing Tag

News 24

খানামুখ জানৰপাৰৰ পথাৰত থলুৱা জাতৰ জহা ধানৰ সংৰক্ষণৰ তৎপৰতা কৃষি বিভাগৰ

আজিৰ খবৰ, গুৱাহাটী, ২৭ জুলাই : অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাবে এসময়ত ৰাজ্যত গৌৰৱ স্বৰূপ থলুৱা জাতৰ ধান সমূহক বিজ্ঞান সন্মতভাৱে সংৰক্ষণত গুৰুত্ব আৰোপ কৰি অনাগত দিনত তাক দেশ বিদেশত ৰপ্তানি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ…

মিজো আৰক্ষীসহ দুৰ্বৃত্তৰ গুলিত শ্বহীদ হোৱা জোৱানৰ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰিৰ ঘোষণা

আজিৰ খবৰ, কাছাৰ, ২৭ জুলাই : সোমবাৰে সংঘটিত হোৱা মিজোৰাম অসম সীমান্তত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ পাছতে ঘটনাটোক লৈ বিভিন্ন জনে প্রকাশ কৰিছে প্ৰতিক্ৰিয়া । অগ্নিগর্ভ পৰিস্থিতি সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মিজোৰামৰ মুখ্যমন্ত্রী…

১ ইঞ্চি মাটিও এৰি নিদিয়ে অসমে।

আজিৰ খবৰ,২৭ জুলাই: অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত সোমবাৰে উদ্ভৱ হোৱা অগ্নিগর্ভ পৰিস্থিতি বুজ লবলৈ গৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এক সংবাদমেলযোগে কয় কালি সংঘটিত হোৱা ঘটনাটো অতি দুৰ্ভাগ্যজনক। কিন্তু এটা কথা অসমৰ ৰাইজক জনাও যে নতুনকৈ ১…

বহ্নিমান আবেগৰ সিটো পাৰে মোৰ আকাশ (দ্বিতীয় খণ্ড)

বহ্নিমান আবেগৰ সিটো পাৰে মোৰ আকাশ       লেখিকা : ধৃতিস্মিতা দাস  মাজনী টিফিন টো ল'লি নে? : উম লৈছো মা। দৌৰা-দৌৰিকৈ ভাত দুগৰাহমান নাকে-কাণে গুজি মিছ পৰাশৰ স্কুল অভিমুখে গতি কৰিলে। ঠিক একেটা সময় আৰু একেই পৰিস্থিতিত…

লাভলীনাৰ অলিম্পিক জয় ,জাৰ্মানী প্ৰতিদ্বন্দীক ৩-২পইন্টত পৰাস্ত

আজিৰ খবৰ, টকিঅ', ২৭ জুলাই: ৬৯ কিলোগ্ৰাম ৱেলতাৰ ৱেতত লাভলীনা বৰগোহাঁই ৰ জয় । কোৱাটাৰ ফাইনেলত প্ৰৱেশ লাভলীনাৰ । জাৰ্মানী খেলুৱৈক পৰাস্ত কৰি কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰে লাভলীনাই ।…

বৈভৱ নিম্বালকাৰ গুৰুত্বৰ ভাবে আহত । হাড়ৰ মাজৰ পৰা উলিয়াব পৰা নাই গুলী

আজিৰ খবৰ, কাছাৰ, ২৭ জুলাইঃ বহুত দিন ধৰি চলি থকা অসম-মিজোৰাম সীমান্তত চলি থকা উত্তেজনাই সোমবাৰে এক ভয়ংকৰ হিংসাত্মক ৰূপ লয়। মিজো দুৰ্বৃত্ত আৰু মিজো আৰক্ষীয়ে এক হৈ মিজোৰামৰ দিশৰ পৰা পৰা ধাৰাসাৰ গুলিবৰ্ষণ কৰাত গুলীচালনাত অসম পুলিচৰ ছয় জনকৈ…

দুৰ্বৃত্ত নহয় মিজো আৰক্ষীয়েহে হত্যা কৰিছে অসমৰ জোৱানক : দেবব্ৰত শইকীয়া

আজিৰ খবৰ, গুৱাহাটী, ২৭জুলাই: অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তই চলোৱা ধাৰাসাৰ গুলিবৰ্ষণ অসম আৰক্ষীৰ ৬ জনকৈ জোৱান নিহত হোৱৰ লগতে কেইবাজনো আৰক্ষী আৰু সাধাৰণ লোক গুৰুতৰ ভাবে আহত হোৱা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই…