বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰত বৃক্ষৰোপন অভিযান
আজিৰ খবৰ, ২৫ জুলাই : সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদ আৰু কাষৰীয়া উদ্যান শস্য গৱেষণা কেন্দ্ৰ চৌহদত আজি এক বৃক্ষৰোপন অভিযান চলোৱা হয় । বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহা…