Your Voice, Our Strength
Browsing Tag

News 24

পুনৰ অসমৰ মাটি দখলৰ চেষ্টা নাগা দুৰ্বৃত্তৰ

আজিৰ খবৰ,২৪,জুলাই: এতিয়াও নাগা দুৰ্বৃত্তই অব্যাহত ৰাখিছে অসমৰ ভূমি আগ্ৰাসনৰ কাৰ্য্য ।আলোচনা যেন কোঠাৰ ভিতৰত সীমাবদ্ধ হৈ থাকিল চৰকাৰৰ কাণত নপৰিল যাৰ ফলস্বৰূপে আজিও এনেধৰণৰ ঘটনা সংগঠিত হৈ আছে । উল্লেখ্য যে অসম আৰু নাগালেণ্ডৰ মাজত কেইটামান দিন…

গুৰুজনাৰ সৃষ্টিৰাজিক বিকৃত কৰিলে নেকি ?

তীৰ্থৰঞ্জন গোস্বামী, বামুণ্ডীসত্ৰ আজি কিছুদিনৰ আগতে ডিব্ৰুগড় জিলাৰ মৰানত খৃষ্টান ধৰ্মৰ প্ৰাৰ্থনা সভাত মহাপুৰুষৰ শংকৰদেৱ ,মাধৱদেৱৰ কীৰ্তন,নামঘোষাৰ পদ প্ৰসঙ্গক বিকৃত ৰূপত ব্যৱহাৰ কৰা আৰু বৈষ্ণৱ সংস্কৃতি অৱমাননা কাৰ্যক গৰিহণা আৰু ধিক্কাৰ…

সাৱধান: আপোনাৰ দুৱাৰত পৰিব পাৰে ডি টি অ , এম ভি আই , ই আইৰ টোকৰ

আজিৰ খবৰ ২৪ জুলাই : ক'ভিডকেন্দ্ৰিক পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পাছত দেশৰ আন ৰাজ্যৰ লগতে অসমতো পৰিবহন খণ্ডটোত বিৰূপ প্ৰভাৱ পেলাইছে । বিগত বৰ্ষৰ দৰে এইবেলিও অসম চৰকাৰৰ পৰিবহন বিভাগে যান বাহনৰ মালিক সকলক সকাহ দিয়াৰ লক্ষ্যৰে যান বাহনৰ যাবতীয় বকেয়া…

বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিনী বল্লভ শইকীয়াৰ দায়িত্বভাৰ গ্ৰহণ

আজিৰ খবৰ, গুৱাহাটী, ২৪ জুলাই : অসম চৰকাৰৰ বন বিভাগৰ গুৱাহাটীৰ বশিষ্ঠস্থিত পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী হিচাপে ২৩ জুলাইত দায়িত্বভাৰ গ্ৰহণ কৰিছে ভাৰতীয় বন সেৱাৰ বিষয়া ৰোহিনী বল্লভ শইকীয়াই । তেওঁ বিদায়ী বন সংমণ্ডল প্ৰাধিকাৰী…

টকিঅ অলিম্পিকৰ প্ৰথম দিনাই ভাৰতৰ মীৰাবাই চানুয়ে আজুৰি আনিলে ৰূপৰ পদক

আজিৰ খবৰ, টকিঅ', ২৪ জুলাই: ভাৰতৰ হৈ মীৰাবাই চানুৱে লাভ কৰিলে ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক ।মীৰাবাই চানু ভাৰোত্তোলনত পদক জয় কৰা ভাৰতৰ ইতিহাসৰ দ্বিতীয় গৰাকী মহিলা ৰূপে পৰিগণিত হৈছে। টকিঅ’ অলিম্পিকৰ প্ৰথম দিনাই পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই…

জানিলে আপোনাৰ গাৰ নোম শিঁয়ৰি উঠিব । বিশ্বৰ আটাইতকৈ জঘন্যতম হত্যাকাণ্ডটো কি জানেনে ?

আজিৰ খবৰ ,২৪জুলাই : কাহিনীটো পঢ়াৰ আগতে প্ৰথমে জানি লওঁ আহক গাৰ নোম শিঁয়ৰি উঠা বিশ্বৰ আটাইতকৈ জঘন্যতম হত্যাকাণ্ডটো কোনে সংঘটিত কৰিছিল । নাম ৰোনাল্ড জেনি চাইমনছ। বিশ্বত জঘন্যকাৰী চাঞ্চল্যকৰ হত্যাকাৰী হিচাপে পৰিচিত জেনি চাইমনছৰ জন্ম হৈছিল ১৯৪০…