Your Voice, Our Strength
Browsing Tag

News 24

পেগাছাছৰ কাণ্ডক লৈ কি ক’লে সমুজ্জ্বল ভট্টাচার্যই ?

আজিৰ খবৰ, গুৱাহাটী, ২২জুলাই : ইজৰাইলী চোৰাংচোৱাৰ তথ্য প্রযুক্তি পেগাছাছ ব্যৱহাৰ কৰি তিনি শতাধিক ভাৰতীয়ৰ টেলিফোন টেপিং আৰু ই–মেইল হেকিঙক লৈ ৰাষ্ট্রীয় ৰাজনীতি তোলপাৰ হৈ থকাৰ সময়তে আহিছে আন এক খবৰ । এই তালিকাত আছে অসমৰ দুজন চর্চিত ব্যক্তিৰ নাম…

বিদ্ৰোহী সংগঠনৰ নেতা এম বাথাৰ আত্মসমৰ্পণ

আজিৰ খবৰ,২২জুলাই : অৱশেষত ঘৰৰ লৰা ঘৰলৈ ঘূৰি আহিল । বিদ্ৰোহী সংগঠনৰ নেতা এম বাথাই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে । নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ বড়োলেণ্ড ৰ মুৰব্বী এম বাথাই বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ মাজবাটৰ চিকাৰীডাঙত অসম-অৰুণাচল সীমান্তত…

কেনেকৈ জন্ম হৈছিল প্ৰথম অসমীয়া অনলাইন সাহিত্য ডট অৰ্গ ?

অভিজিত দত্ত মৃদুল কুমাৰ শৰ্মা প্ৰতিজন ব্যক্তিৰ বাবে অমৃতবৰ্ষী ভাষাটোৱেই হৈছে মাতৃভাষা আৰু ইয়াক ৰক্ষাৰ দায়িত্ব জাতিটোৰ নিজৰ। বিভিন্ন কাৰণত অসমীয়া ভাষা কোৱা-লিখা লোকৰ সংখ্যা হ্ৰাস হৈ অহা বিষয়টো ভাষাটোৰ ভৱিষ্যতৰ হকে সুখকৰ কথা…

অসমৰ ৮.৩৫ লাখ ভুৱা কৃষক

আজিৰ খবৰ,২২জুলাই : এয়া এক বৃহৎ কেলেংকাৰী। দুখীয়া কৃষকৰ নামত আবন্টন হোৱা ধন কেনেকৈ আযোগ্য ব্যক্তি সকলৰ মাজত বিতৰণ কৰা হৈছে? অসম চৰকাৰে কাৰ স্বাৰ্থত ৩৬ লাখ হিতাধিকাৰীৰ নাম সন্নিবিষ্ট কৰিছিল, য'ত ১১.৭২ লাখ হিতাধিকাৰীয়েই ভুৱা আৰু ৫ লাখ…

ড০ ননীগোপাল মহন্তক শিক্ষা উপদেষ্টাৰ আৰু ৰাজেন গোহাঁইক কেবিনেট মৰ্যাদা প্ৰদান

আজিৰ খবৰ,২২জুলাই : বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ননীগোপাল মহন্তক ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টাৰ দায়িত্ব দিয়াৰ লগতে অধ্যাপক মহন্তক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত লোৱা…

কেবিনেট বৈঠকত কি কি গুৰুত্ত্বপূৰ্ণ সিদ্ধান্ত ।লোৱা হ’ল..?

আজিৰ খবৰ, গুৱাহাটী, ২২জুলাই : তৃণমূল পৰ্যায়ত পঞ্চায়তীৰাজ প্ৰতিষ্ঠানক জড়িত কৰাই গুণগত শিক্ষা নিশ্চিত কৰাৰ বাবে আজিৰ কেবিনেটে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ প্ৰাথমিক শিক্ষাব্যৱস্থা শক্তিশালী কৰাৰ বাবে শিক্ষা সম্পৰ্কীয় ‘জিলা তদাৰকী…

দহ বছৰ সফলতাৰে সম্পূৰ্ণ কৰিলে প্ৰথম অসমীয়া অনলাইন আলোচনী সাহিত্য ডট কমে

আজিৰ খবৰ, ২২ জুলাই : প্ৰতিজন ব্যক্তিৰ বাবে অমৃতবৰ্ষী ভাষাটোৱেই হৈছে মাতৃভাষা আৰু ইয়াক ৰক্ষাৰ দায়িত্ব জাতিটোৰ নিজৰ। বিভিন্ন কাৰণত অসমীয়া ভাষা কোৱা-লিখা লোকৰ সংখ্যা হ্ৰাস হৈ অহা বিষয়টো ভাষাটোৰ ভৱিষ্যতৰ হকে সুখকৰ কথা নহয়। বৰ্তমান…

৫০ শতাংশ ভাড়া বৃদ্ধিৰে পুনৰ আৰম্ভ হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ৰ’পৱে সেৱা।

আজিৰ খবৰ, গুৱাহাটী, ২২জুলাই : ৰাজ্যত ভয়াবহ ভাবে কোভিড সংক্ৰমণ বৃদ্বি পোৱাৰ ফলত বিগত তিনিমাহ ধৰি বন্ধ হৈ থকা গুৱাহাটীৰ ৰ’পৱে সেৱা পুনৰ মুকলি কৰা হৈছে । গুৱাহাটী মহানগৰীৰ কাছাৰীৰ পৰা আজি পুৱা ৮ বজাৰ পৰা পুনৰ আৰম্ভ কৰা হৈছে গুৱাহাটী-উত্তৰ…

জাগুনত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ কানি।

আজিৰ খবৰ, জাগুন, ২২ জুলাই : ৰাজ্যত অব্যাহত এতিয়া নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান। ব্যতিক্ৰমী নহয় তিনিচুকীয়া জিলা আৰক্ষীও। জিলাখনৰ লেখাপানী আৰু জাগুন  আৰক্ষীয়ে সিমান্তৱৰ্তী অঞ্চলত ধাৰাবাহিক ভাৱে অব্যাহত ৰাখিছে…

অৰুণাচলৰ চৌখামৰ পৰা দিল্লীলৈ নিয়া কাথা (খয়েৰ) ৰস ভৰ্তি এখন ট্ৰাক কাকপথাৰত জব্দ ।

আজিৰ খবৰ, কাকপথাৰ, ২২ জুলাই : কাঠ, কয়লা বা চোৰাং তেল নহয়, এইবাৰ কাকপথাৰত জব্দ হৈছে বৃহৎ পৰিমানৰ কাথা (খয়েৰ) ৰস ভৰ্তি এখন Container ট্ৰাক । তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকৰ তৎপৰতাত চলোৱা এক অভিযানত অসম-অৰুণাচল সিমান্তৱৰ্তী ডিৰাক গেটত এই কাথা…