গুৱাহাটী মহানগৰীৰ বাছ আস্থানত বিজেপি মহানগৰ জিলাৰ ছেনিটাইজেশ্যন।
আজিৰ খবৰ, গুৱাহাটী, ২৪ জুন : কভিদ ১৯ প্ৰতি লক্ষ্য ৰাখি বিজেপি গুৱাহাটী মহানগৰ জিলা ,সেৱাই সংগঠনৰ ছেনিটাইজাৰ বিভাগে বিগত কিছুদিন ধৰি মহানগৰীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে পথ সমুহত ছেনিটাইজেশ্যন কৰি আহিছে ৷ ইয়াৰে অংশ হিচাপে আজি মহানগৰীৰ…