টকিঅ’ অলিম্পিকত ইতিহাস সৃষ্টি অসম কন্যা লাভলীনা বৰগোহাঁইৰ।
আজিৰ খবৰ,৩০ জুলাই: অসম কন্যা লাভলীনা বৰগোহাঁয়ে টকিঅ' অলিম্পিকত প্রথম বাৰলৈ ৰচিলে ইতিহাস৷ অসম তথা দেশবাসীৰ শুভকামনা আৰু আশিস শিৰত লৈ আজি টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙৰ মহাযুদ্ধত জয়ী হৈ সৰুপথাৰৰ জীয়ৰী অসম কন্যা লাভলীনা বৰগোহাঁয়ে ৰচিলে ইতিহাস৷…