ক’ভিডত আক্ৰান্ত মন্ত্ৰী অতুল বৰা: জি এম চি এইচত ভৰ্তি
আজিৰ খবৰ, ৮ আগষ্ট : ৰাজ্যত কোভিড পৰিস্থিতি কিছু কিছু জিলাত হ্ৰাস পাইছে যদিও মহানগৰত কোভিড সংক্ৰমণৰ হাৰ আশাব্যঞ্জকভাৱে নিম্নগামী হোৱা নাই ।এইবাৰ ক'ভিডত আক্ৰান্ত হৈছে কৃষি মন্ত্ৰী অতুল বৰা । চিকিৎসকৰ পৰামৰ্শ মতে তেওঁক গুৱাহাটী চিকিৎসা…