এতিয়াৰে পৰা গুৱাহাটীত উপলব্ধ হ’ব সুৰাৰ ডেলিভাৰী
আজিৰ খবৰ, গুৱাহাটী, ২৩জুলাই : এতিয়াৰ পৰা মহানগৰৰ সুৰাপায়ী সকলে সুৰাৰ দোকানৰ সন্মুখত শাৰী পাতিব নালগে । এতিয়াৰে পৰা গুৱাহাটী মহানগৰীত উপলব্ধ হ'ব অনলাইন সুৰা । শীঘ্ৰে গুৱাহাটীত উপলব্ধ হ'ব সুৰাৰ হোম ডেলিভাৰী । ৰাজ্য চৰকাৰৰ কেবিনেটে গুৱাহাটী…