Your Voice, Our Strength
Browsing Tag

Azir Khobor

জাগুনত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ কানি।

আজিৰ খবৰ, জাগুন, ২২ জুলাই : ৰাজ্যত অব্যাহত এতিয়া নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান। ব্যতিক্ৰমী নহয় তিনিচুকীয়া জিলা আৰক্ষীও। জিলাখনৰ লেখাপানী আৰু জাগুন  আৰক্ষীয়ে সিমান্তৱৰ্তী অঞ্চলত ধাৰাবাহিক ভাৱে অব্যাহত ৰাখিছে…

অৰুণাচলৰ চৌখামৰ পৰা দিল্লীলৈ নিয়া কাথা (খয়েৰ) ৰস ভৰ্তি এখন ট্ৰাক কাকপথাৰত জব্দ ।

আজিৰ খবৰ, কাকপথাৰ, ২২ জুলাই : কাঠ, কয়লা বা চোৰাং তেল নহয়, এইবাৰ কাকপথাৰত জব্দ হৈছে বৃহৎ পৰিমানৰ কাথা (খয়েৰ) ৰস ভৰ্তি এখন Container ট্ৰাক । তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকৰ তৎপৰতাত চলোৱা এক অভিযানত অসম-অৰুণাচল সিমান্তৱৰ্তী ডিৰাক গেটত এই কাথা…

হোজাইৰ মোৰাঝাৰত আৰক্ষীৰ অভিযান৷

আজিৰ খবৰ, হোজাই, ২১ জুলাইঃ মোৰাঝাৰ থানাৰ আৰক্ষী বিষয়া এ কে ফুকন আৰু এচ আই শান্তনু ৰয়ে এক গোপন সুত্ৰৰ পম খেদি পীৰবজাৰৰ এখন দোকানৰ পৰা অভিযান চলাই দুয়োকে গাঞ্জা আৰু ব্ৰাউন সুগাৰ সহ আটক কৰে দুয়োজনকে৷ ধৃত লোক দুজন ক্ৰমে ৰাজু উদ্দিন…

নাজিৰাত “ৰাইচ ভেৰাইটেল কেফেটেৰিয়াৰ” শুভাৰম্ভ

আজিৰ খবৰ, নাজিৰা, ২১ জুলাইঃ নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে নাজিৰা মহকুমাৰ নগাঁও এডিঅ' চক্ৰৰ অন্তৰ্গত চেংধৰা গাঁৱত অসম কৃষি-ব্যৱসায় আৰু গ্ৰাম্য পৰিৱৰ্তন প্ৰকল্পৰ (এপিআৰ) অধীনত কেফেটেৰিয়া পদ্ধতিৰে কঠিয়া ৰোৱা আৰ ভি চিৰ…

কি এই পেগাছাছৰ ? যাৰ বাবে উত্তাল হৈ পৰে সদন

আজিৰ খবৰ, গুৱাহাটী, ২১ জুলাই : ইজৰাইলী প্রতিষ্ঠান এনএছ’ৰ তৰফৰ পৰা পেগাছাছ ক্রয় কৰিছে ভাৰতসহ বিশ্বৰ বিভিন্ন দেশে৷ এই বিস্ফোৰক অভিযোগ কৰিছে বিৰোধীপক্ষই । বিৰোধী পক্ষই অভিযোগ কৰা মতে ইজৰাইলী চোৰাংচোৱা প্রযুক্তি পেগাছাছে দেশৰ বহু ৰাজনীতিক,…

‘গ’ ফৰ গ্ল’ৰী লাভলীনা’: সফলতাৰ কামনাৰে মুখ্যমন্ত্ৰীৰ চাইকেল ৰেলী

আজিৰ খবৰ,গুৱাহাটী, ২১ জুলাই : টকিঅ’ অলিম্পিকত অসমৰ লাৱলীনা । দেশবাসীৰ লগতে অসমৰ প্ৰতিজন লোকৰে আশা জাপানত জিলিকি উঠিব আমাৰ মৰমৰ লাৱলীনা বৰগোহাঁই । সকলোৰে মনত উৎসাহ আৰু লাৱলীনালৈ শুভেচ্ছা বাৰ্তা । দেশক প্রতিনিধিত্ব কৰাৰ যোগ্যতা অর্জন কৰা অসম…

পশ্চিম গুৱাহাটীৰ ছাটাৰগাঁৱত ওলাল প্ৰথমজন ক’ভিড আক্ৰান্ত ৰোগী

আজিৰ খবৰ, গুৱাহাটী, ২১ জুলাই : পশ্চিম গুৱাহাটীৰ আজাৰা অঞ্চলৰ কাষৰীয়া আৰু প্ৰাকৃতিক পৰিবেশৰ মাজত থকা গাঁও হিচাপে পৰিগণিত হৈ অহা ছাটাৰগাঁৱত অৱশেষত প্ৰায় ১৬ টা মাহৰ অন্তত আজি প্ৰথমজন ক'ভিড আক্ৰান্ত ৰোগী চিনাক্ত হৈছে । ৰোগীজন হল পুতুলী ৰাভা (…

পি এম কিষান আচনিত দুৰ্নীতিত প্ৰথম স্থান অসমৰ: কংগ্ৰেছ দলৰ প্ৰতিক্ৰিয়া

আজিৰ খবৰ,২১ জুলাই দুৰ্নীতি অনিয়মত শূণ্যসহনশীল বুলি কোৱা চৰকাৰৰ শাসনত পি এম কিষাণ আচনিৰ দুৰ্নীতি অনিয়মত অসমে স্থান পালে প্রথমত। ২০১৯ চনৰ পৰা আৰম্ভ কৰা পি এম কিষাণ আঁচনিৰ সন্দৰ্ভত নিম্ন সদনত কেন্দ্ৰীয় কৃষিমন্ত্ৰী শ্রীটোমাৰে এটা প্ৰশ্নৰ উত্তৰ…