Your Voice, Our Strength
Browsing Tag

Azir Khobor

সোণাপুৰ- ক্ষেত্ৰীত বৃহৎ আৱকাৰী অভিযান , চুলাই ভাটী ধ্বংস , ১৫ জনক গ্ৰেপ্তাৰ

আজিৰ খবৰ, ২৩ জুলাই : ৰাজ্যৰ বিভিন্ন অঞ্চলত চুলাই মদৰ ভাটীত বিয়লিৰ পৰা নিশালৈ হোৱা সুৰাপায়ীৰ ভীৰ আৰু এনে ভীৰৰ পৰাও ক'ভিডৰ সংক্ৰমণ হয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেবাজনো মন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছত আৱকাৰী বিভাগে ৰাজ্যজুৰি চুলাই…

বিশ্বৰ শান্তিৰ বাবে ৰামপুৰ সনাতন ধৰ্ম মন্দিৰৰ ভেল দিয়া উৎসৱ

আজিৰ খবৰ, ২৩ জুলাই : সমগ্র অসম, দেশ তথা বিশ্বৰ পৰা জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো জাতি- জনগোষ্ঠীৰে অপায়-অমঙ্গল, ব্যাধি, বেমাৰ- আজাৰৰ লগতে কৃষকৰ কৃষি পথাৰত স্বচ্ছল খেতি-বাতি, বানপানীৰ বাবে কোনো বিপদ- বিঘিনি নোহোৱাৰ বাবে আজি দক্ষিণ…

পৰীক্ষা অনুষ্ঠিত নকৰিলে শিক্ষকে নাপাব দৰমহা

আজিৰ খবৰ, গুৱাহাটী, ২৩জুলাই: ৰাজ্যৰ বিদ্যালয়সমূহলৈ শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নিৰ্দেশ।সময়ত অনুষ্ঠিত কৰিব লাগিব নৱম-দশম শ্ৰেণীৰ অভ্যন্তৰীণ পৰীক্ষা।সকলো বিদ্যালয়কে বছৰেকীয়া বাছনি পৰীক্ষাৰ লগতে ইউনিট টেষ্ট সময়মতে অনুষ্ঠিত কৰাৰ নিৰ্দেশনা জাৰি…

পুনৰ চৰ্চালৈ আহিছে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নাম কিন্তু কিয় ? জানিবলৈ পঢ়ক …

আজিৰ খবৰ, গুৱাহাটী, ২৩জুলাই : এক জল্পনা কল্পনাৰ মাজত যেন সাঁথৰ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদক লৈ । ৰাজনৈতিক মহলত এটাইব্যাপক চৰ্চা কোন হ'ব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ।! তীব্ৰ চৰ্চাৰ মাজত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদক লৈও আৰম্ভ হৈছে…

আগষ্ট মাহত ৰিহণ দৈমাৰী পিন্ধিব গেৰুৱা বসন

আজিৰ খবৰ, গুৱাহাটী, ২৩জুলাই : আগষ্টৰ প্ৰথম ভাগৰ ভিতৰতেই ৰিহণ দৈমাৰীয়ে পিন্ধিব পাৰে গেৰুৱা বসন । ইতিমধ্যে বিজেপিমুখী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৰিহণ দৈমাৰী । সুদীৰ্ঘ সময় জুৰি ওদালগুৰি সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা ৰিহণ দৈমাৰী বিগত বিধানসভা…

অলিম্পিকত কোন হ’ব মেৰীকমৰ প্ৰথম প্রতিদ্বন্দ্বী ?

আজিৰ খবৰ, গুৱাহাটী, ২৩জুলাই : অহা ২৫ জুলাইত টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত নামিব ভাৰতৰ কিংবদন্তি মহিলা বক্সাৰ এম চি মেৰীকমে । ইতিমধ্যে অলিম্পিকৰ মহা যুদ্ধলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে অলিম্পিকৰ ব্রঞ্জৰ পদক বিজয়ী ছয়বাৰৰ বিশ্ব চেম্পিয়ন মণিপুৰী…