Your Voice, Our Strength
Browsing Tag

Azir Khobor

ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীত অন্তৰ্ভুক্ত হৈছে সৰ্বানন্দ সোণোৱাল

আজিৰ খবৰ,১৩ জুলাই : মন্ত্ৰীসভাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটী (CCPA)ত অন্তৰ্ভুক্ত কৰা হৈছে সৰ্বানন্দ সোণোৱালক। বিগত সপ্তাহত কেন্দ্ৰীয় মন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণৰ পিছতে মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মোদী মন্ত্ৰীসভাৰ আন…

সুৰাৰ অবৈধ বেহাৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ বৃহৎ অভিযান

আজিৰ খবৰ, বৰপেটা, ১৩ জুলাই :- সুৰাৰ অবৈধ বেহাৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ বৃহৎ অভিযান বৰপেটাৰ গান্ধীনগৰত আৰক্ষীয়ে চলোৱা অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ বিলাতী আৰু দেশীয় সুৰা উপ পৰিদৰ্শক বকুল ইংতিৰ নেতৃত্বত অভিযান চলাই বিপুল দাস নাম লোক…

শিৱসাগৰত মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ প্ৰতিবাদ

আজিৰ খবৰ, শিৱসাগৰ, ১৩ জুলাই :- সোমবাৰে শিৱসাগৰত একাংশ মধ্যাহ্ন ভোজন ৰান্ধনীয়ে প্রতিবাদ সাব্যস্ত কৰে । বিগত পাঁচ মাহ ধৰি নিজ মজুৰিৰ পৰা বঞ্চিত হৈ থকাত এই সকল ৰান্ধনী মহিলাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ…

গুৱাহাটী মহানগৰীৰ দিছপুৰস্থিত জনতা ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ এটা…

আজিৰ খবৰ, গুৱাহাটী, ১৩ জুলাই :- সমগ্ৰ দেশৰ লগতে অসমতো ভয়াবহ ৰূপ ধাৰণ কৰিছে অতিমাৰী কৰোণাই ।প্ৰতিদিনে বৃদ্ধি পাইছে কৰ'ণা ৰোগীৰ সংখ্যা ।ফলত উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ। ইতিমধ্যে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ বন্ধ হৈ পৰিছে। ফলত ছাত্ৰ ছাত্ৰী…

আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীলৈ সুখবৰ

আজিৰ খবৰ, গুৱাহাটী, ১৩ জুলাই :- এতিয়াৰে পৰা তামিলনাডুৰ ভেলোৰৰ আগশাৰীৰ চিকিৎসালয়ত চিকিৎসা লাভ কৰিব আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীয়ে। ▶️অসম চৰকাৰৰ অভিলাষী স্বাস্থ্য নিশ্চয়তা আঁচনি ‘অটল অমৃত অভিযান’ৰ অধীনত ৰাজ্যৰ দুখীয়া পৰিয়ালৰ…

গুৱাহাটী মহানগৰীৰ লাখটকীয়াস্থিত কেন্দ্ৰীয় হিলাল কমিটি অসমৰ, ঈদ উল আজহাৰ কথা ঘোষণা ।

আজিৰ খবৰ, গুৱাহাটী, ১৩ জুলাই :- ২১ জুলাই অনুষ্ঠিত হব ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ঈদ উল আজহা। সেই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লাখটকীয়াস্থিত কেন্দ্ৰীয় হিলাল কমিটি অসমৰ, সভাপতি মৌলানা ফখৰুদ্দিন আহমদ কাচিমী আৰু সম্পাদক প্ৰধান আলজাহ ইমদাদ…

অসমত দুখন নতুন অভয়াৰণ্য গঠনৰ দাবী নেচাৰ্ছ বেকনৰ।

আজিৰ খবৰ, গুৱাহাটী, ১৩ জুলাই :-গোৱালপাৰা জিলাত পঞ্চৰত্ন অভয়াৰণ্য আৰু অজগৰ অভয়াৰণ্য গঠন সন্দৰ্ভত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতে বিস্তৃত আলোচনা সৌম্যদ্বীপ দত্তৰ। নেচাৰ্ছ বেকনৰ অনুসন্ধানকাৰী দলে পঞ্চৰত্ন অৰণ্যত ১৬৮ প্ৰজাতিৰ বনৰীয়া চৰাই আৰু…

দুদিনৰ ভিতৰতে অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰিবলৈ নিৰ্দেশ

আজিৰ খবৰ, ১০ জুলাই : আজি অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন এক পৰ্যালোচনা সভাত কভিড সংক্ৰমণৰ কেন্দ্ৰলৈ পৰিণত হোৱা জিলাখনৰ অবৈধ সুৰাৰ…

অবৈধ সুৰাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন।

আজিৰ খবৰ,১১জুলাই : যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা আবকাৰী অধীক্ষকৰ কাৰ্যালয়ৰ সহযোগত জিলাখনৰ ৪ টা ৰাজহ চক্ৰতে যোৱা ২৫ জুনৰ পৰা অধিক তৎপৰতাৰে চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই চুলাই ঘাটি সমূহ উৎখাত কৰে । জিলা উপায়ুক্ত অশোক…