জ্বৰ কাঁহ হ’লে ক’ভিড পৰীক্ষা নকৰোৱাকৈ ৰোগীক ঔষধ নিদিবলৈ চিকিৎসকক আহ্বান ।
আজিৰ খবৰ,১৪ জুলাই : যোৰহাট জিলাত ক'ভিডৰ গণ-সংক্ৰমণ একাংশ লোকৰ ক'ভিড টেষ্টৰ প্ৰতি থকা অহেতুক ভয় আৰু একাংশ ব্যক্তিগতভাবে চেম্বাৰত চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসকে ক'ভিড পৰীক্ষাৰ ৰিপৰ্ট নোহোৱাকৈ ঔষধৰ বিধান দিয়াটো অন্যতম কাৰণ হিচাপে চিহ্নিত কৰা…