Your Voice, Our Strength
Browsing Tag

Azir Khobor

আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ “তয়ো খা, মইও খাও” এইবাৰৰ পৰা এইবোৰ নচলিব।

আজিৰ খবৰ, ৫ জুলাই : আৰক্ষীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আৰক্ষীৰ ওপৰত কঠোৰ হৈছে মুখ্যমন্ত্রী । আৰক্ষী সেৱাৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সৈতে এক বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত…

এতিয়া উৎফুল্লিত দুলু-মেঘনাৰ লগতে স্থানীয় গঞা ৰাইজ

আজিৰ খবৰ, চামগুৰি, ৫ জুলাই :- নগাঁও জিলাৰ চামগুৰিত সঘনাই বন্যহস্তীয়ে উপদ্ৰৱ চলাই থকাৰ সময়তে বঢ়মপুৰ সমষ্টিৰ এটা বিশেষ অঞ্চলত দেখা পোৱা গৈছে এক বিপৰীত ছবি। বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত হাতীখলি ৰংহাং গাঁৱৰ কাষতে লাগি থকা হস্তীদণ্ডী তথা পাহাৰত…

বৃক্কৰ জটিল ৰোগত আক্ৰান্ত কলিয়াবৰৰ এজন কনমানি ছাত্ৰ

আজিৰ খবৰ, কলিয়াবৰ, ৫ জুলাই :- বৃক্কৰ জটিল ৰোগত আক্ৰান্ত কলিয়াবৰৰ এজন কনমানি ছাত্ৰ। কলিয়াবৰৰ ফুলগুৰি চাঙৰ নৱম শ্ৰেণীৰ ছাত্ৰ পূৰ্ণ বাহাদুৰ ছেত্ৰী বিগত চাৰিমাহে বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ বিচনাতে দিন পাৰ কৰিব লগা হৈছে। ফলত চকুপানীৰে বাট…

এখন ভ্ৰাম্যমান দোকান আৰু এজন বিশেষ ভাবে সক্ষম ব্যক্তি।

আজিৰ খবৰ, কলিয়াবৰ, ৫ জুলাই :- এখন ভ্ৰাম্যমান দোকান আৰু এজন বিশেষ ভাবে সক্ষম ব্যক্তি। নাম ৰাজেশ ছেত্ৰী।পেটৰ তাড়নাত চাইকেলখনতে সাঁজি লৈছে এখন ভ্ৰাম্যমান দোকান। চিপচ, গুখটাৰ পেকেট কেইটা বিক্ৰী কৰি যি উপাৰ্জন হয় তাৰেই পৰিয়াল পোহপাল দিয়ে…

হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে ওলাই আহিল কলিয়াবৰৰ এজাক যুৱক

আজিৰ খবৰ, কলিয়াবৰ, ৪ জুলাই : ৰাজ্যত দিনক দিনে বৃদ্ধি পাব ধৰিছে হাতী মানুহৰ সংঘাত। বনাঞ্চলত খাদ্য সংকটত পৰি বনৰীয়া হাতীৰ জাক জনাঞ্চললৈ ওলাই আহি বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে বহু নিৰীহ লোকৰ প্ৰাণ কাঢ়ি নিছে। এই হাতী মানুহৰ…

যোগদান সমাৰোহে মৰিয়নিত শক্তি প্ৰদৰ্শন ৰুপজ্যোতি কুর্মীৰ

আজিৰ খবৰ,৪ জুলাই : যি সময়ত যোৰহাট জিলাত ক'ভিডৰ সংক্ৰমণে ভয়াবহ ৰূপ লৈছে তেনে এক জটিল সময়ত খোদ শাসকীয় চৰকাৰৰ মন্ত্ৰী-বিধায়কে মৰিয়নিত অনুষ্ঠিত কৰিলে বিজেপিৰ যোগদান সমাৰোহ। বিজেপিয়ে ক'ভিড বিধি উলংঘা কৰাৰ অভিযোগ কৰিছে বিভিন্নজনে। ছচিয়েল মিডিয়াতো…

চৰকাৰক বিধৱা সাহায্য আঁচনি” সংশোধনৰ দাবী কংগ্ৰেছৰ।

আজিৰ খবৰ,৪ জুলাই : ক'ভিড-১৯ মহামাৰীত আক্ৰান্ত হৈ স্বামীহাৰা হোৱা নিম্ন আয়ৰ পৰিয়ালৰ বিধৱা মহিলালৈ অসম চৰকাৰে এককালীন সাহায্য আগবঢ়াবলৈ গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাই, আৰু কিছু সংশোধনৰ প্ৰয়োজন আছে বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৰাজ্য…

আজি নুসুধো হীৰুদা আপুনি কেনে আছে..!

আজিৰ খবৰ ৪ জুলাই : আজি নুসুধো হীৰুদা আপুনি কেনে আছে..! আপোনাৰ খৱৰ সদায়েই পাওঁ  "কবিতাৰ ৰ'দৰ"  মাজেৰে, "ভালপোৱাৰ দিকচৌ বাটেৰে", "সুগন্ধি শিপা" আৰু "শিপাৰ পৰা পাতলৈ"; আপুনি একেই আছে .."আপোনাৰ এহাতে সামৰা শব্দবোৰ" ৰ মাজত, ঠিক "এটা দীঘল কবিতাৰ…