Your Voice, Our Strength
Browsing Tag

Azir Khobor

ডঃ দিব্যজ্যোতি শইকীয়া সহ তিনি ব্যক্তিলৈ গ্ল’ৰী বঁটা

আজিৰ খবৰ,১৪ আগষ্ট : : বৰ্তমান সময়ত কেৱল অসম নহয় সমগ্ৰ দেশতে বিভিন্ন আঞ্চলিক ভাষাত বহু নিউজ পৰ্টেলৰ জন্ম হৈছে। কিন্তু উত্তৰ পূৰ্বাঞ্চলত ২০০৪/৫চনতেই প্ৰকাশিত দুই এটা নিউজ পৰ্টেল প্ৰকাশ হোৱাৰ পিছত ২০১৬/১৭ বৰ্ষৰ পৰা বহু কেইটা নিউজ পৰ্টেলৰ জন্ম…

৮০ হাজাৰ ক্ৰান্তিকাৰক ৰখা এখন জেইল । যাৰ চিঞঁৰ আজিও ভাঁহি আহে মানুহৰ কাণত…

আজিৰ খবৰ,১৪ আগষ্ট : এটা সময়ত ব্ৰিটিছে গোটেই বিশ্ব জিনি আগবাঢ়ি আহি আহি প্ৰায়বোৰ ঠাই আৱিষ্কাৰ কৰিছিল। কিন্তু এনেকুৱা এখন ঠাই আছিল যিখন ঠাই ব্ৰিটিছৰ বাবে আছিল অচিনাকি আৰু যোগাযোগ বিহীন । সেই ঠাইখনেই হ'ল ভাৰতৰ মূল ভূখণ্ডৰ পৰা প্ৰায় ডেৰ হাজাৰ…

কোন সঁচা কোন মিছা এইবাৰ আদালত পাবগৈ অখিলৰ ১০ কোটি প্ৰসঙ্গ

আজিৰ খবৰ, গুৱাহাটী, ১৩ আগষ্ট : সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকা বিধায়ক অখিল গগৈৰ ১০ কোটি টকাৰ আখ্যান এইবাৰ পাবগৈ আদালত । বিধায়ক আমিনুল ইছলামে অনা অভিযোগক কেন্দ্র কৰি চলি থকা বিতর্কৰ মাজতে আজি এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে…

বিধানসভাত জয় শ্ৰীৰাম ধ্বনি : গৃহীত হ’ল গো-সুৰক্ষা বিল ২০২১, কি ক’লে মুখ্যমন্ত্ৰীয়ে

আজিৰ খবৰ, গুৱাহাটী, ১৩ আগষ্ট : বহু তৰ্ক বিতৰ্কৰ অন্তত অৱশেষত অসম বিধানসভাত গৃহীত হ'ল সুৰক্ষা বিধেয়ক ২০২১। লগে লগে  বিজেপি বিধায়কসকলে দিলে সদনত ভাৰত মাতা কি জয় আৰু জয় শ্ৰীৰাম ধ্বনি । আনফালে বিলখন গৃহীত হোৱাৰ লগে লগে বিৰোধীয়ে প্ৰতিবাদ…

লাভলিনা বৰগোহাঁইক অসম অলিম্পিক সংস্থাৰ সম্বৰ্ধনা

আজিৰ খবৰ, গুৱাহাটী, ১৩ আগষ্ট : অসম অলিম্পিক সংস্থাই অসম এমেচাৰ বক্সিং এছ'চিয়েশ্যনৰ সহযোগত টকিঅ' অলিম্পিক ২০২০ত পদক বিজয়ী অসমৰ বক্সাৰ লভলিনা বৰগোহাঁইৰ বাবে আজি তাজ ভিভাণ্টা হোটেলত এক সম্বৰ্ধনা অনুষ্ঠান আৰু "মিট দ্য প্ৰেছ" কাৰ্যসূচী…

এইবিধ লতা বাটে ঘাটে এতিয়া উভৈনদী।

আজিৰ খবৰ, গুৱাহাটী, ১৩ আগষ্ট : এবিধ লতা বাটে ঘাটে এতিয়া উভৈনদী। নাম জাপানী লতা বা জাৰ্মানী লতা। ইয়াক ফিৰিঙি লতা বুলিও কোৱা হয়। এই লতা নিজে নিজে য'তে ত'তে হয়। ইয়াৰ কোনো যত্ন ল'ব নালাগে। অযত্নত হোৱা উদ্ভিদ বোৰক আমি অলাগতীয়াল বুলি…

জটিল অস্ত্ৰোপচাৰ পাছত লাহে লাহে সুস্থ হৈ উঠিছে আই পি এছ বৈভৱ চি নিম্বালকাৰ

আজিৰ খবৰ, কাছাৰ, ১৩ আগষ্ট : জটিল এক অস্ত্ৰোপচাৰ পাছতেই লাহে লাহে সুস্থ হৈ উঠিছে আই পি এছ বৈভৱ চি নিম্বালকাৰ । তিনিঘন্টা ধৰি হোৱা বহু জটিল অস্ত্ৰোপচাৰৰ পাছত চিকিৎসকে তেওঁৰ দেহৰ পৰা পাঁচোটাকৈ গুলি বাহিৰ কৰিবলৈ সক্ষম হয় ।উল্লেখ্য যে অসম-মিজো…

ভয়ংকৰ: ক’তো লুকাই থাকিও আপুনি সাৰিব নোৱাৰিব।

আজিৰ খবৰ, গুৱাহাটী, ১৩ আগষ্ট : পৃথিৱীৰ বিভিন্ন প্ৰান্তত এতিয়া যি প্ৰচণ্ড তাপ প্ৰবাহ, ধাৰাসাৰ বৰষুণ, খৰাং বা ঘুৰ্ণী বতাহ আদি যেনেকৈ বৃদ্ধি পাইছে তাৰ পৰা আপুনি কতো পলাই বা লুকাই থাকিলেও সাৰি যাব নোৱাৰিব । ২০৩০ চনৰ ভিতৰত পৃথিৱী বিপজ্জনক হৈ…

এইবাৰ বিপদ আহিল ঘোচখোৰ কৰ্মচাৰীৰ: চৰকাৰী কৰ্মচাৰীয়ে ঘোচখাইছে নেকি ?

আজিৰ খবৰ, গুৱাহাটী, ১৩ আগষ্ট : দুৰ্নীতিৰ শিপাই ছানি ধৰা অসমক সঠিক ৰূপত আনিবলৈ অহৰহ চেষ্টা চলাই আছে অসম চৰকাৰে । ইতিমধ্যে দুৰ্নীতিত লুতুৰী পুতুৰী হোৱা বহু আমোলা বিষয়া তথা ৰাজনৈতিক নেতা আৰক্ষীৰ জালত পৰিছে । দুৰ্নীতি কেনেকৈ নিৰ্মূল কৰিব পৰা…