Your Voice, Our Strength
Browsing Tag

Guwahati times

অসম ভিত্তিত ডাকযোগে চিঠি লিখা প্ৰতিযোগিতা।

আজিৰ খবৰ, গুৱাহাটী, ২২ আগষ্ট ২০২১ : " এইয়া মম এডাল জ্বলাই লৈছোঁ । আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি । বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছেহি । চাওঁ খিৰিকীখন জপাই দিওঁ ।" এইয়া হেঁপাহেৰে লিখা এখন চিঠিৰ কিয়দাংশ ।চিঠিৰ ভিতৰত…

ভগৱান শ্ৰীকৃষ্ণৰ জন্ম কেতিয়া আৰু কিমান দিন জীয়াই আছিল ? জানিবলৈ মন নাযায় নে …

আজিৰ খবৰ,৩০ আগষ্ট : আজি পৱিত্ৰ জন্মাষ্টমী ৷ জন্মাষ্টমী উপলক্ষে কৃষ্ণৰ জন্মস্থান উত্তৰ প্ৰদেশৰ মথুৰা-বৃন্দাবন, গোকুল-মহাবন, নন্দগাঁও-বৰষানা, গোৱৰ্ধন আদি চহৰৰ লগতে সমগ্ৰ দেশতে উলহ-মালহেৰে আজি শ্ৰীকৃষ্ণ জন্মাষ্টমী উদযাপন কৰা হৈছে ৷ কৃষ্ণৰ বিনে…

গুৱাহাটীত অব্যাহত আছে ভাং – ড্ৰাগছৰ সৰবৰাহ: ভঙাগড়ত ভাংসহ এজনক আটক।

আজিৰ খবৰ, গুৱাহাটী, ২৭ আগষ্ট : আৱকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাস আৰু উপ আৱকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নেতৃত্ব , নিৰ্দেশ আৰু তত্বাৱধানত জিলাখনৰ সকলো আৱকাৰী চক্ৰ কার্যালয়ে বিগত সময়চোৱাত দেশী বিদেশী অবৈধ সুৰা , চুলাই…

দীপৰ বিল সংযোগী পামহী কেনেলৰ পাৰত পেলাব নোৱাৰিব আৱৰ্জনা।

আজিৰ খবৰ, গুৱাহাটী, ২৭ আগষ্ট : পশ্চিম বৰগাঁওৰ বেলৰতলত দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত বিগত ১০ আগষ্টৰ পৰা গুৱাহাটী পৌৰ নিগমে ( জি এম চি ) ৰাষ্ট্রীয় সেউজ ন্যায়ধিকৰণৰ ( এন জি টি ) নিৰ্দেশ উলংঘা কৰি দৈনিক প্ৰায় ৫০০ মেট্ৰিক টন গেলা পঁচা…

গুৱাহাটীত চলিব ভিষ্টাডোম ৰেল : ২৮ আগষ্টৰ পৰা হাফলঙলৈ চলিব ভিষ্টাডোম ৰেল সেৱা ।

আজিৰ খবৰ , ২৬ আগষ্ট : ক'ভিডকেন্দ্ৰিক পৰিস্থিতিৰ কিছু উন্নতি হোৱাৰ পৰিপ্ৰেক্ষিতত দেশজুৰি পৰ্যটনথলী সমূহ পৰ্যটকৰ বাবে মুকলি কৰা কাৰ্য্য আৰম্ভ হোৱা পৰিলক্ষিত হৈছে । আনকি নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসমকে ধৰি উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ…

অসমীয়া চলচ্চিত্ৰলৈ আহিছে সূখবৰ :ব্ৰীজ’ ছবিয়ে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ নবাগত…

আজিৰ খবৰ, গুৱাহাটী, ২৬ আগষ্ট : অসমীয়া চলচ্চিত্ৰ ব্ৰীজ ছবিখনে আনিছে অসমীয়া ছবিজগতলৈ আনিছে এক সুখৰ খবৰ । ৫ -২১ আগষ্ট ২০২১ লৈ সদ্যসমাপ্ত সন্মানীয় ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল চিনচিনেটি (Indian film festival of CINCINNATI-2021) ত কৃষ্টি পথাৰৰ…

পালেহি দুৰ্গা পূজা । কিহত উঠি আহিব আৰু কিহত উঠি যাবগৈ মা দুৰ্গা?

আজিৰ খবৰ,২৬ আগষ্ট : মাজত মাথোঁ কেইটামান দিন । বৰ্ষাক বিদায় দি ধাৰলৈ নামি আহিব শৰৎ । শৰৎ মানেই পূজাৰ বতৰ । সমগ্ৰ দেশৰ লগতে বঙালীসকলে অতি হেঁপাহেৰে বাট চাই থকা উৎসৱ সমূহৰ ভিতৰত অন্যতম হৈছে দুৰ্গা পূজা ৷ বিগত বৰ্ষত কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে…

পাণ্ডু ,ভঙাগড়ত বিদেশী সুৰা জব্দ: মহিলাসহ দুজনক আটক

আজিৰ খবৰ, গুৱাহাটী, ২৬ আগষ্ট : আৱকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী সদৰকে ধৰি আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে বিগত সময়চোৱাত দেশী বিদেশী অবৈধ সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই আহিছে । আনহাতে ৰাজহুৱা অভিযোগৰ…

২৯ আগষ্টত কেন্দ্ৰীয় সংস্কৃত দিৱসৰ অভিনন্দন অনুষ্ঠানৰ আয়োজন।

আজিৰ খবৰ, গুৱাহাটী, ২৫ আগষ্ট : গুৱাহাটী মহানগৰীৰ জালুবাৰিস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত অসম উচ্চ সংগীত বিদ্যালয় সন্মিলনৰ উদ্যোগত সদৌ অসম সংস্কৃত ছাত্ৰ সন্থা,অসম সংস্কৃত সাহিত্য সভাৰ সহযোগত অহা ২৯ আগষ্টত কেন্দ্ৰীয় ভাবে…