নিস্তব্ধ প্ৰহৰ
ক্ৰিং ... ক্ৰিং... অহৰহ বাজিবলৈ লোৱা টেলিফোনটোৰ শব্দত উচপ খাই উঠিল মায়া।
'ডাঃ মায়া, মই 'ডাঃ নিশান্তই কৈছোঁ.. শীঘ্ৰে হাস্পতাললৈ আহক.. it's emergency' ..সহকৰ্মী 'ডাঃ নিশান্তৰ চিন্তাগধূৰ কথাখনি শুনি একেজাপেই বিছনাৰ পৰা উঠিল মায়া।…