Your Voice, Our Strength
Browsing Tag

News 24

সাৱধান,কোভিড এতিয়াও শেষ হোৱা নাই

আজিৰ খবৰ,৩১ জুলাই : ৰাজ্যসমূহত কোভিড পজিটিভিটী এতিয়াও বৃদ্ধি পাই থকাত কেন্দ্ৰীয় চৰকাৰে এক পৰ্যালোচনা কৰো কেইবাখনো ৰাজ্যত পুনৰ সতৰ্কবাণী কৰিছে । জানিব পাৰে যে কোভিড পজিটিভিটী বৃদ্ধি হোৱা ১০খন ৰাজ্য হৈছে কেৰালা, মহাৰাষ্ট্ৰ, কৰ্ণাটক,…

কটন বিশ্ববিদ্যালয়ত নামভৰ্তি আৰম্ভ

আজিৰ খবৰ, গুৱাহাটী, ৩১ জুলাই : ২০২১-২২ বৰ্ষৰ বাবে কটন বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ প্ৰক্ৰিয়া এসপ্তাহৰ ভিতৰত আৰম্ভ হ'ব। দশম শ্ৰেণী (মেট্ৰিক)ত লাভ কৰা নম্বৰৰ ভিত্তিত শিক্ষাৰ্থীসকলৰ নামভৰ্তি সম্পন্ন হ'ব। ইয়াৰ পাছত…

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলে ভংগ কৰিলে সৰ্বকালৰ সকলো অভিলেখ

আজিৰ খবৰ, গুৱাহাটী, ৩১ জুলাই : মেট্ৰিকৰ দৰে বিকল্প মূল্যাংকন পদ্ধতিৰে আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। ঘোষিত ফলাফল অনুসৰি, কলা শাখাত ৯৮.৯৩ শতাংশ, বাণিজ্যত ৯৯.৫৭ শতাংশ আৰু বিজ্ঞান শাখাত ৯৯.০৬ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ ৪ আৰক্ষী বিষয়াৰ বিৰুদ্ধে মিজোৰাম আৰক্ষীৰ গোচৰ

আজিৰ খবৰ, গুৱাহাটী, ৩১ জুলাই : মিজোৰাম আৰক্ষীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শুকুৰবাৰে দাখিল কৰিছে এখন এজাহাৰ । মিজো আৰক্ষীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে চাৰিগৰাকী আৰক্ষী বিষয়া, দুগৰাকী আমোলা আৰু প্ৰায় ২০০ গৰাকী অচিনাক্ত অসম…

হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত ৰাণীত দুখীয়া মহিলাক তাঁতশাল বিতৰণ

আজিৰ খবৰ, গুৱাহাটী, ৩০ জুলাই : অসম চৰকাৰৰ হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগৰ ব্যক্তিগত আয় বৃদ্ধি আঁচনিৰ অধীনত ৰাজ্যৰ দুখীয়া মহিলা সকলে তাঁতশালত কাপোৰ বৈ আৰ্থিক ভাৱে যাতে স্বাৱলম্বী হব পাৰে তাৰ পৰা তাঁতশাল বিতৰণকে ধৰি বিভিন্নজনে আঁচনি গ্ৰহণ কৰা…

অভিলেখ গঢ়িলে এইবাৰ ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে : উত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ

"আজিৰ খবৰ,৩০ জুলাই : অৱশেষত পৰীক্ষাত ন'বহাকৈ এইবাৰ ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ ফলাফল কেইবাটাও ৱেবচাইটত লাভ কৰাৰ লগতে উক্ত ৱেবচাইট কেইটাৰ পৰা মাৰ্কশ্বিট ডাউনলোড কৰি ল’ব পাৰিব। মুঠ ১৪ টা ৱেবচাইটত…