কভিডৰ গণ সক্ৰমনৰ দিশে তৈল নগৰী ডিগবৈ
আজিৰ খবৰ, ডিগবৈ, ২৬ জুলাই : যোৱা কেইদিন মানত ৰাজ্যৰত কিছু পৰিমানে কৰ’না সংক্ৰমণৰ হাৰ হ্ৰাস পোৱাৰ সময়তে তৈলনগৰী ডিগবৈত কৰ’না সংক্ৰমণৰ হাৰ ক্ৰমাত বৃদ্ধি পাইছে।যোৱাকালি ডিগবৈ চহৰৰ লগতে পাৰ্শ্ব উপকণ্ঠ অঞ্চলতৰ ৩৩ জন লোকৰ দেহত কৰ’না অৱস্হিতি ধৰা…