Your Voice, Our Strength
Browsing Tag

News Time Assam

দুৰ্বৃত্ত নহয় মিজো আৰক্ষীয়েহে হত্যা কৰিছে অসমৰ জোৱানক : দেবব্ৰত শইকীয়া

আজিৰ খবৰ, গুৱাহাটী, ২৭জুলাই: অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তই চলোৱা ধাৰাসাৰ গুলিবৰ্ষণ অসম আৰক্ষীৰ ৬ জনকৈ জোৱান নিহত হোৱৰ লগতে কেইবাজনো আৰক্ষী আৰু সাধাৰণ লোক গুৰুতৰ ভাবে আহত হোৱা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই…

নগাঁও জিলাৰ দগাঁৱৰ শ্ৰী শ্ৰীবালি ভূঁই বৰ এলেঙ্গী সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰ বাসুদেৱ গোস্বামীৰ ইহলীলা…

নগাঁও জিলাৰ দগাঁৱৰ শ্ৰী শ্ৰীবালি ভূঁই বৰ এলেঙ্গী সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰ বাসুদেৱ গোস্বামীৰ ইহলীলা সম্বৰণ। 🔹সোমবাৰে নিশা শ্ৰী শ্ৰী বালি ভূঁই বৰ এলেঙ্গী সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰ বাসুদেৱ গোস্বামীয়ে ইহ সংসাৰৰ পৰা বিদায় লয় ।…

অসম মিজোৰাম সীমান্তত ধাৰসাৰ গুলীবৰ্ষণ মিজো দুৰ্বৃত্তৰ গুলিত অসম আৰক্ষীৰ ৬জন জোৱান নিহত

"আজিৰ খবৰ,২৬ জুলাই: উত্তৰ–পূবৰ সকলো মুখ্যমন্ত্ৰীৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহে আলোচনা কৰাৰ পিছতে আজি অসম–মিজোৰাম সীমান্তত সংঘটিত উদ্বেগজনক সংঘৰ্ষই জোকাৰি গৈছে ৰাজ্যকে ধৰি ৰাষ্ট্ৰীয় ৰাজনীতি। অসমৰ কাছাৰ জিলা আৰু মিজোৰামৰ কোলাচিব জিলাৰ সীমান্ত…

আজি কাৰ্গিল বিজয় দিৱস, আজি দিনটো ভাৰতৰ বাবে এটা স্মৰণীয় দিন ।

দেশৰ লগতে আজি কাৰ্গিল উৎসৱ অসমতো পালন কৰা হৈছে । দীঘলী পুখুৰীত কাৰ্গিলৰ বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় আজিৰ দিনটো গৌৰৱ আৰু সমন্বয়ৰ দিন। এই দিনটোতেই পাকিস্তানক পৰাস্ত কৰিছিল ভাৰতে । এই দিনটো ভাৰতীয়…

কাৰ্গিল স্মৰণ : ২৬ দিন ধৰি চলা এখন শ্বাসৰুদ্ধ যুদ্ধ ! আপুনি জানেনে দেশ মাতৃৰ সেৱাত কিমান জন জোৱানে…

আজিৰ খবৰ,২৫ জুলাই : ৩ মে ১৯৯৯ চন । বন্দুক আৰু মৰ্টাৰৰ গৰ্জনেৰে গৰজি উঠিছিল কাৰ্গিলৰ আকাশ বতাহ...! ১৯৯৯ চনৰ মে'ৰ পৰা জুলাই পৰ্যন্ত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা(Line of Actual Control)ৰ সমীপত কাশ্মীৰৰ কাৰ্গিল অঞ্চলত কাৰ্গিল যুদ্ধ আৰম্ভ হৈছিল ।…

নগাঁও জিলাৰ জুৰীয়া সূঁতিৰপাৰত কৰ্তব্যৰত বনকৰ্মীৰ ওপৰত আক্ৰমণ চোৰাং মাছমৰীয়াৰ।

আজিৰ খবৰ, জুৰীয়া, ২৬ জুলাই : দেওবাৰে সন্ধিয়া লাওখোৱা অভয়াৰণ্যত বনৰক্ষীৰ ওপৰত চোৰাং মাছমৰীয়াৰ দলবদ্ধ আক্ৰমণ। জুৰীয়া সুতিৰপাৰ স্থিত ৰৌমাৰী বিলৰ পাৰত টহলদাৰী বনকৰ্মীৰ দল এটাৰ ওপৰত ভয়াৱহ আক্ৰমণ চলাই চোৰাং মাছমৰীয়া এটা দলে।চোকা অস্ত্ৰৰে…

বটদ্ৰৱা আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী।

আজিৰ খবৰ, বটদ্ৰৱা, ২৬ জুলাই : সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষীয়েও  ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে তীব্ৰতৰ অভিযান।আজি বটদ্ৰৱা আৰক্ষীয়ে এক  গোপন সূত্ৰৰ পম খেদি  নগাঁও-  ধিং সংযোগী গড়কাপ্তানী পথৰ হাইডুবিত এজন ড্ৰাগছ সৰবৰাহকাৰীক…