গুৱাহাটীত প্ৰথম সোন লাভ কৰা যুৱকজন এতিয়া অলিম্পিকৰ গোল্ডেন বয়
আজিৰ খবৰ, টকিঅ, ৭ আগষ্ট : অসমৰ মাটিত প্ৰথমটো সোণৰ পদক পোৱা যুৱক জন এইবাৰ টকিঅ' অলিম্পিকৰ গোল্ডেন বয় হিচাপে পৰিগণিত হ'ল । ভাৰতৰ ১১৬ বছৰীয়া অপেক্ষাৰ অন্ত পৰিল। এজন খেতিয়কৰ লৰাই আজি সমগ্ৰ বিশ্বক বাধ্য কৰিলে তেওঁৰ সফলতাৰ বাবে হাত-তালি বজাবলৈ ।…