অখ্যাত ট্ৰাকচালকসকলক লগ পাবলৈ ব্যাকুল মীৰাবাঈ চানু ।
আজিৰ খবৰ, মনিপুৰ, ৬ আগষ্ট : টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয়ী ভাৰোত্তোলক মণিপুৰৰ মীৰাবাঈ চানুৱে নিজৰ ঘৰৰ চোতালত হঠাৎ হুকহুকাই কান্দি উঠিল । টকিঅ’ৰ পৰা ওভতাৰ পিছৰে পৰা অহৰহ ভাবে কাৰোবাক বিচাৰি আছিল মীৰাবাঈ চানুৱে ।
লগ পাবলৈ ব্যাকুল হৈ পৰিছিল…