Your Voice, Our Strength
Browsing Tag

NKTV

নিস্তব্ধ প্ৰহৰ

ক্ৰি‌ং ... ক্ৰি‌ং... অহৰহ বাজিবলৈ লোৱা টেলিফোনটোৰ শব্দত উচপ খাই উঠিল মায়া। 'ডাঃ মায়া, মই 'ডাঃ নিশান্তই কৈছোঁ.. শীঘ্ৰে হাস্পতাললৈ আহক.. it's emergency' ..সহকৰ্মী 'ডাঃ নিশান্তৰ চিন্তাগধূৰ কথাখনি শুনি একেজাপেই বিছনাৰ পৰা উঠিল মায়া।…

সমালোচনা কৰোঁ যদিও আমি মুখ্যমন্ত্রী ড০ শর্মাৰ লগত আছোঁ । কি ক’লে অখিল গগৈয়ে..

আজিৰ খবৰ, গুৱাহাটী, ১ আগষ্ট : এইবাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পক্ষত অৱস্থান লৈ মিজোৰামক উভতি ধৰিলে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ নির্দলীয় বিধায়ক অখিল আৰু এআইইউডিএফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে । সীমান্তৰ লাইলাপুৰত অসম আৰক্ষীৰ…

পি ভি সিন্ধুয়ে টকিঅ’ অলিম্পিকত জিনিলে ব্ৰঞ্জৰ পদক।

আজিৰ খবৰ, টকিঅ, ১ আগষ্ট : টকিঅ অলিম্পিকে ভাৰতলৈ লৈ আহিছে আন এক সুখবৰ ৷ পুনৰ ভাৰতৰ পদক অৰ্জন ৷ এইবাৰ ব্ৰঞ্জৰ পদক দখলেৰে এই সন্মান কঢ়িয়াই আনিলে শ্বাটলাৰ পি ভি সিন্ধুৱে ৷ সুদীৰ্ঘ ৪০ বছৰৰ পাছত অলিম্পিকৰ ছেমি ফাইনেলত ভাৰত উপনীত হৈছে ।,সুখবৰ…

উজনিত প্ৰায় নিচ্চিন্ন হ’ল কংগ্ৰেছ ।

আজিৰ খবৰ, গুৱাহাটী, ১ আগষ্ট : দেওবাৰে আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰে সদ্য প্ৰাক্তন কংগ্ৰেছ নেতা তথা বিধায়ক সুশান্ত বৰগোহাঁইয়ে। বিজেপিত যোগদান কৰি সুশান্ত বৰগোঁহাইয়ে কয় , 'ৰাইজৰ সেৱা আৰু উন্নয়নৰ স্বাৰ্থত মই বিজেপিত যোগদান কৰিছো। বিজেপিৰ…

এক সুবৰ্ণ সুযোগ: ১৫ আগষ্টৰ ভিতৰত থিতাতে লাভ কৰিব পাৰিব লাৰ্ণাৰ লাইচেঞ্চ

আজিৰ খবৰ, গুৱাহাটী, ১আগষ্ট : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পৰিৱহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশমৰ্মে পৰিৱহণ বিভাগৰ লৈছে এক বিশেষ উদ্যোগ । উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ শিক্ষাৰ্থী সকলক কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে…

ক্ষমতা নহ’লে টোপনি যাব নোৱাৰে বাবেই বিজেপিলৈ ঢাপলি মেলিলে সুশান্ত বৰগোহাঁইয়ে

আজিৰ খবৰ, গুৱাহাটী, ১আগষ্ট : কংগ্ৰেছে চৰকাৰ গঠন কৰা হেতেন কংগ্ৰেছত থাকিলেহেতেন সুশান্ত। ক্ষমতা নহ'লে টোপনি যাব নোৱাৰে একাংশই। সেয়ে কংগ্ৰেছ ত্যাগ কৰিবলৈ সিদ্ধান্ত লয়। সুশান্তই এটা মাত্ৰ কাৰণ দিয়ক কংগ্ৰেছে কি অন্যায় কৰিছে? 'সুশান্ত বৰগোহাঁইক…

গেৰুৱা বসন পিন্ধিবলৈ সাজু বিধায়ক সুশান্ত বৰগোহাঁয়ে

আজিৰ খবৰ, গুৱাহাটী, ১ আগষ্ট : কিছু সময়ৰ পাছতেই গেৰুৱা বস্ত্ৰ পৰিধান কৰিব কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোহাঁয়ে । ইতিমধ্যে যোগদানৰ পূৰ্বে সাংবিধানিকভাৱে সকলো নীতি নিয়ম পালন কৰি কংগ্ৰেছ দল আৰু বিধান সভাত বিধায়ক পদ দুয়োটাই ত্যাগ কৰিছে কংগ্রেছী…

এন চি চিৰ এ ডি জি মেজৰ জেনেৰেল অনন্ত ভূঞাৰ অৱসৰগ্ৰহণ

আজিৰ খবৰ,৩১ জুলাই : ৰাষ্ট্রীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চিৰ উত্তৰ পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি ) মেজৰ জেনেৰেল অনন্ত ভুঞাই ভাৰতীয় সেনাত গৌৰবৰে ৩৮ বছৰ সেৱা আগবঢ়াই আজি অৱসৰ গ্ৰহণ কৰে । অৱশ্যে আজি শনিবাৰ কাৰ্যালয় বন্ধ থকা…