এটা পাৰ চৰাইয়ে চিন্তাৰ উদ্ৰেক সৃষ্টি কৰিছে সীমান্তৰ আৰক্ষীৰ কিন্তু কিয় পঢ়ক এই প্ৰতিবেদন…
আজিৰ খবৰ ,৩ আগষ্ট : দেখিলেই মৰম লাগি যোৱা এটা ধুনীয়া পাৰ চৰাই । পাৰ চৰাইটোৰ ডিঙিত আৰু দুটা ঠেঙত পিন্ধা আছে দুটা আঙুঠি । লগত আছে ফোন নম্বৰ থকা এখন কাগজ । এই পাৰ চৰাইটোক লৈ এতিয়া মূৰৰ কামোৰণি হৈছে সীমান্তৰ আৰক্ষীৰ । ৰাজস্থানৰ বিকানেৰ জিলাৰ…