Your Voice, Our Strength
Browsing Tag

NKTV

এইবাৰ বিধায়ক নহয় সাংসদে যোগদান কৰিব পাৰে বিজেপিত: ৰাজনৈতিক মহলত ব্যাপক চৰ্চা,কোন এইগৰাকী সাংসদ?…

আজিৰ খবৰ, গুৱাহাটী, ১২আগষ্ট : শেহতীয়াকৈ কেইবাজনো বিৰোধীৰ বিধায়কে বিজেপি গমনক লৈ কৰা চৰ্চা অব্যাহত থকাৰ সময়তে ৰাজ্যৰ ৰাজনীতিত আন এক নতুন বিষয়ে ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো সাংসদক নতুন…

লাভলীনালৈ ৰাজ্য চৰকাৰে আগবঢ়াই ১ কোটি টকা, অসম আৰক্ষীৰ DSP পদ প্ৰদান চৰকাৰৰ।

আজিৰ খবৰ, গুৱাহাটী, ১২ আগষ্ট : অসমৰ ইতিহাস ৰচনা কৰি অলিম্পিকত পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলীনা বৰগোহাঁই অসম চৰকাৰে বৃহস্পতিবাৰে তাৰকা খেলুৱৈগৰাকীৰ কলাক্ষেত্ৰত সম্বৰ্ধনা জনায়। উপহাৰৰ চিন স্বৰূপে লাভলীনালৈ ৰাজ্য চৰকাৰে অসম…

অলিম্পিক পদক হাতত লৈ গুৱাহাটীত উপস্থিত লাভলীনা : বিমান বন্দৰতে আদৰিলে মুখ্যমন্ত্ৰীয়ে

আজিৰ খবৰ, গুৱাহাটী, ১২ আগষ্ট : দেশৰ গৌৰৱ অসম কন্যা লাভলীনা বৰগোহাঁই আজি পুৱা প্ৰায় ৯.৩০ বজাত অলিম্পিকৰ পদক হাতত লৈ গুৱাহাটীৰ বৰঝাৰস্থিত বিমান বন্দৰত উপস্থিত হয় । ইতিহাস ৰচনা কৰি অসমলৈ সুনাম কঢ়িয়াই অনা লাভলীনা উপস্থিত হোৱাৰ পাছতেই…

বহ্নিমান আবেগৰ সিটো পাৰে মোৰ আকাশ (চতুৰ্থ খণ্ড)

বহ্নিমান আবেগৰ সিটো পাৰে মোৰ আকাশ লেখিকা : ধৃতিস্মিতা দাস আজি শুক্ৰবাৰ কথা হোৱা মতেই লীনা উপস্থিত হ'ল অৰুণিমাৰ ষ্টুডিঅ'ত। :বাহ,ইমান দিনৰ মূৰত,দিন মাহ নহয়,বহুত বছৰেই হ'ল,নহয় জানো? :তই কিন্তু একেই আছ' অৰু। : কি…

অসমত নতুন শিক্ষানীতি প্রক্রিয়া আৰম্ভ।

আজিৰ খবৰ, গুৱাহাটী, ১১ আগষ্ট : প্রতিখন জিলাতে একোখনকৈ বিশ্ববিদ্যালয় স্থাপন হ’ব৷ শিক্ষাৰ অধিকাৰ আইন অনুসৰি ৭ কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰতহে একোখন উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হ’ব। মঙলবাৰে সদনত এই মন্তব্য শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ৷…

কিয় অশান্তি পাইছে গৰিমাই ?

আজিৰ খবৰ, গুৱাহাটী, ১১ আগষ্ট : শেহতীয়াকৈ গৰিমা শইকীয়া  গাৰ্গৰ এক  ছচিয়েল মিডিয়াৰে পোষ্টক লৈ সৃষ্টি হৈছে বিশেষ চৰ্চা ।   অসমৰ অভিনয় ক্ষেত্ৰখনক লৈ ফেশ্যন ডিজাইনাৰ আৰু উদ্যোগী মহিলাৰূপেই জনাজাত গৰিমা শইকীয়া গাৰ্গে উদ্বেগ প্ৰকাশ কৰিছে । ছচিয়েল…

স্বাস্থ্যসেৱাৰ ক’ভিড সেনানী সকলক থিতাতে চালকৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা

আজিৰ খবৰ , গুৱাহাটী, ১১ আগষ্ট : অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াৰ ( পঞ্জীয়ন আৰু অনুজ্ঞা ) কার্যালয়ে চৌহদত থকা বাহন…

এইবাৰ নিজৰ সমষ্টিতে জ্বলিল অখিল গগৈৰ প্ৰতিকৃতি

আজিৰ খবৰ, শিৱসাগৰ, ১১আগষ্ট : নিজ সমষ্টিবাসীয়েই এতিয়া বিধায়ক অখিল গগৈৰ বিৰুদ্ধে উজাৰিছে ক্ষোভ । প্ৰতিবাদমুখৰ হৈ পৰিছে শিৱসাগৰ জিলা ৷ শিৱসাগৰত প্ৰতিবাদৰ সন্মুখীন হৈছে বিধায়ক অখিল গগৈ ৷ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদত নামিল শিৱসাগৰ জিলা…

মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ নামভৰ্তিত প্ৰতিবন্ধীৰ বাবে ৫ শতাংশ আসন সংৰক্ষণৰ দাবী প্ৰতিবন্ধী সুৰক্ষা…

আজিৰ খবৰ, গুৱাহাটী, ১১ আগষ্ট : ৰাজ্যত উচ্চতৰ মাধ্যমিক আৰু স্নাতক মহলাত নতুনকৈ হবলগীয়া নামভৰ্তিত প্ৰতিখন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ লগতে চিকিৎসা তথা কাৰিকৰী মহাবিদ্যালয় সমুহত প্ৰতিবন্ধী আইন ২০১৬ৰ ৩২নং দফা অনুসৰি ৫শতাংশ হাৰত আসন সংৰক্ষণৰ…