Your Voice, Our Strength
Browsing Tag

NKTV

কাইলৈ অসম পাবহি অসমৰ বজ্ৰকন্য

আজিৰ খবৰ, গুৱাহাটী, ১১ আগষ্ট : ১২ আগষ্টত গুৱাহাটী পাবহি অলিম্পিক পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোহাঁই । লাভলীনাৰ প্ৰতিচ্ছবিৰে ভৰি পৰিছে গুৱাহাটী মহানগৰী । বজ্ৰকন্যক আদৰিবলৈ ৰেড কাৰ্পেট পাৰি ব্যাপক প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে । গুৱাহাটীত…

সদনত কিয় মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ মাজত হৈছিল তৰ্কাতৰ্কি…কি কৈছিল অখিল গগৈয়ে?

আজিৰ খবৰ, গুৱাহাটী, ১১ আগষ্ট : মুখ্যমন্ত্ৰীক উদ্দেশ্যে কৰি বিধায়ক অখিল গগৈয়ে ক"লে বিকল্প ৰাস্তা লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ৰৈ নাথাকিল বিধায়ক সকলক উদ্দেশ্যি কৈ গল বিকাশ উন্নয়নৰ কথা । কথাৰ মাজে মাজে অখিল গগৈয়ে কৰে প্ৰশ্নৰে কটাক্ষ…

আগন্তুক ৫ দিনত ৰাজ্যত প্ৰচুৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা

আজিৰ খবৰ, গুৱাহাটী, ১০ আগষ্ট: যি সময়ত ৰাজ্যৰ বিভিন্ন ঠাইত বৰষুণৰ অভাৱত খেতি পথাৰৰত চিৰাল ফাঁট দিছে তেনে সময়তে বতৰ বিজ্ঞানে দিছে বতৰৰ আগজাননী । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ খবৰ অনুসৰি আগন্তক ৫ দিনৰ ভিতৰতে ৰাজ্যত প্ৰচুৰ…

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

আজিৰ খবৰ, ১১ আগষ্ট: বেংক সমূহলৈ  ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা।এতিয়াৰে পৰা এটিএমত ধন নাথাকিলে বেংকৰ ওপৰত জৰিমনা বিহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংকে।। উল্লেখ্য যে বেংকত গ্ৰাহকে ধন উলিয়াবলৈ গ'লে বহু সময়ত গ্ৰাহকে ধন নাপায় হাৰাশাস্তি…

লোক নিৰ্মাণৰ উদ্যোগত আজাদি কি অমৃত মহোৎসৱ আৰম্ভ

আজিৰ খবৰ, গুৱাহাটী, ১১ আগষ্ট : দেশৰ স্বাধীনতাৰ আগন্তক ৭৫ বছৰীয়া বর্ষপূৰ্তি উপলক্ষে অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগে যোৱা জুন মাহৰ পৰা বিভিন্ন কাৰ্যসূচীৰে ৰাজ্যজুৰি পালন কৰি আহিছে "আজাদি কি অমৃত মহোৎসৱ "। কেন্দ্ৰীয় চৰকাৰৰ "প্ৰধানমন্ত্ৰী…

গুৱাহাটীত ভাৰতীয় সেনাৰ স্বৰ্ণম বিজয় শিখা গ্ৰহণ কৰিলে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই

আজিৰ খবৰ, গুৱাহাটী, ১১ আগষ্ট : ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ১৯৭১ চনৰ যুদ্ধৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে উদযাপন কৰা হৈছে সোণালী জয়ন্তী উৎসৱ । আনহাতে উৎসৱৰ লগত সংগতি ৰাখি ভাৰতীয় সেনাৰ গুৱাহাটীৰ নাৰেংগীস্থিত ৫১ চাব এৰিয়া চৌহদত ১০ আগষ্টত আহি…

বেতকুছিত চালক – পৰিচালক প্ৰশিক্ষণ

আজিৰ খবৰ, ১০ আগষ্ট : অসম চৰকাৰৰ পৰিবহণ বিভাগৰ অধীনৰ চালক - পৰিচালক সকলৰ একমাত্ৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান গুৱাহাটীৰ বেতকুছিস্থিত চালক - পৰিচালক প্ৰশিক্ষণ বিদ্যালয়ৰ অধ্যক্ষ আৰু কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) হিমাংশু দাসে…

খুলিব নে বন্ধ থাকিব আন্ত:জিলাৰ যাতায়ত : দিল্লীত সংবাদ মেল পাতি কি কলে মুখ্যমন্ত্ৰীয়ে…..

আজিৰ খবৰ,১০ আগষ্ট : সোমবাৰে সংসদত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰে বৈঠক, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকে ধৰি অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীৰ সাক্ষাতৰ পিছতে সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু কেইটা গুৰুত্ব পূৰ্ণ কথা অৱগত কৰে।…

অলিম্পিকত ক’ৰ পৰা তৈয়াৰ কৰে ইমানবোৰ মেডেল?

আজিৰ খবৰ,১০ আগষ্ট: অলিম্পিক সমাপ্তিৰ লগে লগেই পদক জয়ী কৰা প্ৰতিখন দেশতে এতিয়া বিজয়ী প্ৰতিযোগিক লৈ চলিছে আনন্দৰ মহোৎসৱ । মেডেল লৈ প্ৰতি গৰাকী বিজয়ী প্ৰতিযোগীয়ে উৎফুল্লিত হোৱাৰ লগতে দেশ অঞ্চল আৰু পৰিয়ালৰ মাজত বৈছে আনন্দৰ বন্যা ।এই সকল মহান…