Your Voice, Our Strength
Browsing Tag

Today News

নগাঁও জিলা সমিতিৰ উদ্যোগত আমছুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

আজিৰ খবৰ, নগাঁও, ২৮ জুলাই : অসম-মিজোৰাম সীমা বিবাদক কেন্দ্ৰ কৰি মিজো দুৰ্বৃত্তৰ আক্ৰমণত নিহত অসম আৰক্ষীৰ বীৰ শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি। লাইলাপুৰত অসম আৰক্ষীৰ ওপৰত মিজোৰাম দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলি চালনাৰ ফলত ৫ জনকৈ অসম…

চৰাইদেউত আবকাৰী অভিযান,আটক ২, গোচৰ ৰুজু

আজিৰ খবৰ, চৰাইদেউ, ২৮ জুলাই : অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযানৰ অংশ হিচাপে বুধবাৰে চৰাইদেউ জিলাৰ আবকাৰী বিভাগে জিলাখনৰ টিঙালীবাম চাহ বাগিচাৰ ৫ নং লাইন, নতুন গোহাঁই গাঁও, ভোগবাৰী,টাইৰাই,বৰাহী আদি অঞ্চলত ব্যাপক অভিযান চলায়। সাপেখাতী আৰু…

গোলাঘাট জিলাৰ পৰিবেশ পৰিস্হিতিক লৈ উদ্বিগ্ন গোলাঘাট জিলা উপায়ুক্ত।

আজিৰ খবৰ, গোলাঘাট, ২৮ জুলাই : কৰোনাৰ Hotspot গোলাঘাট জিলা।কিয় কভিড নিয়ন্ত্ৰন হোৱা নাই গোলাঘাট জিলাত। এতিয়া সেই প্ৰশ্ন সকলোৰে মনত। নতুন SOP অনুসৰি ৰাজ্যৰ দুখন জিলাৰ অন্যতম গোলাঘাট জিলাত উদ্বেগজনক হাৰত বৃদ্বি পাইছে কৰোনাত আক্ৰান্ত লোকৰ…

মৈৰাবাৰীত মৰাপাট ভৰ্তি এখন ট্ৰাকত জুই

আজিৰ খবৰ, ধিং, ২৮ জুলাই : মৈৰাবাৰীত মৰাপাট ভৰ্তি এখন ট্ৰাকত জুই ।  🔹 AP-16 TC 8477  এখন ১২ চকীয়া ট্ৰাক খন ধিং মৈৰাবাৰী সংযোগী ৰাস্তাত মৈৰাবাৰী পেট্ৰল পাম্পৰ সম্মুখতে  দাওঁ দাওঁ কৈ জ্বলি উঠে । 🔹 লগে লগে হুৱা দুৱা…

ৰ’দালিৰ কবিলৈ শ্ৰদ্ধাঞ্জলি .. মোক চহাই মৈয়াই শইচৰ গুটি সিঁচি দিয়া চকুৰ পানীৰে জীপ দিম শিলুৱা বুকুৰ…

আজিৰ খবৰ,২৮ জুলাই : কবিতা বুলিলে সাধাৰণতে এখন মুখ চকুৰ আগলৈ ভাঁহি আহে । বিশেষকৈ আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰত কবিতাৰ কথা পাতিলে বা কবিতাৰ নাম ললেই মনত পৰে সেই স্বনামধন্য ব্যক্তি গৰাকীলৈ । সম্পূৰ্ণ মানুহজনেই যেন শব্দৰে গঢ়া এটি ধুনীয়া কবিতা…

দক্ষিণ কামৰূপত চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান

আজিৰ খবৰ, গুৱাহাটী,২৭ জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবকাৰী বিভাগে অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। বিশেষকৈ দক্ষিণ কামৰূপৰ পলাশবাৰী, ৰামপুৰ, বাটৰহাট, উপৰহালী, ঝাৰোবড়ী, বৰিহাট, মিৰ্জা, গড়গড়া, পাৰ্ল্লী, ৰাণী, লোহাৰঘাট আদি ঠাইত…

খানামুখ জানৰপাৰৰ পথাৰত থলুৱা জাতৰ জহা ধানৰ সংৰক্ষণৰ তৎপৰতা কৃষি বিভাগৰ

আজিৰ খবৰ, গুৱাহাটী, ২৭ জুলাই : অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাবে এসময়ত ৰাজ্যত গৌৰৱ স্বৰূপ থলুৱা জাতৰ ধান সমূহক বিজ্ঞান সন্মতভাৱে সংৰক্ষণত গুৰুত্ব আৰোপ কৰি অনাগত দিনত তাক দেশ বিদেশত ৰপ্তানি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ…