Your Voice, Our Strength
Browsing Tag

Today News

অসমীয়া সেনা বিষয়া মেজৰ জেনেৰেল অনন্ত ভূঞাক আপুনি চিনি পায় নে?

আজিৰ খবৰ, গুৱাহাটী, ২৯ জুলাই : ভাৰতীয় সেনাত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা বিষয়াৰ সংখ্যা অতি কম । আনকি কৰ্ণেল পদমৰ্যাদাৰ ওপৰৰ বিষয়া আঙুলিৰ মূৰত লিখিব পৰা । অৱশ্যে ইয়াৰ মাজতে ভাৰতীয় সেনাৰ দ্বিতীয় সৰ্বোচ্চ সন্মানীয় লেফটেনেণ্ট জেনেৰেল পদত…

আলোচনাৰ মাধ্যমৰে অসম – মেঘালয়ৰ সীমা সমস্যা সমাধান হব : মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিক

আজিৰ খবৰ , গুৱাহাটী, ২৯ জুলাই : মিজোৰামৰ সৈতে অসমৰ সীমা সমস্যাৰ কেনে ধৰণৰ জটিলতা আছে সেই বিষয়ে মই জ্ঞাত নহয় । কিন্ত অসম- মেঘালয়ৰ সীমা সমস্যাৰ বিষয়ত তেনে ধৰণৰ জটিলতা নাই বুলি । বৰঞ্চ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত হবলগীয়া আলোচনাত অতি…

খানাপাৰাত চালক , পৰিচালক , হেণ্ডিমেন আৰু পৰিয়ালৰ লোকৰ বাবে ক’ভিড ভেকচিন শিবিৰ

আজিৰ খবৰ, গুৱাহাটী, ২৯ জুলাই : ক'ভিড মহামাৰীৰ বাবে ৰাজ্যৰ পৰিবহন খণ্ডত বিৰূপ প্ৰভাৱ পৰিছে । তথাপি তাৰ মাজতো পৰিবহন খণ্ডটোৰ লগত জড়িত লোক বিশেষকৈ চালক , পৰিচালক আৰু হেণ্ডিমেনৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকসকলে ক'ভিডৰ বিৰূদ্ধে যুজঁ দিব পাৰে তাৰ…

লণ্ডন পালেগৈ ভোটজলকীয়া: উত্তৰপূবৰ ভোট-জলকীয়াই দখল কৰিলে আন্তৰাষ্ট্ৰীয় বজাৰ

আজিৰ খৱৰ, গুৱাহাটী, ২৯ জুলাই : ভোটজলকীয়া যি খায় তেওঁহে জানে ভোটজলকীয়া খোৱাৰ মাদকতা কিমান । কেৱল ভোটজলকীয়া কেৱল জ্বলায়ে নহয় আন জলকীয়াত ন'থকা আছে এক সুগন্ধি তীব্ৰতা । শ শ বছৰ আগৰেপৰাই ভোট-জলকীয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ মাজত সকলোতকৈ…

আজি আছে টকিঅত মেৰীকমৰ মহা ৰণ, লাভলীনা আৰু মেৰীকমলৈ শুভেচ্ছা জনালে মীৰাবাই চানুৱে

আজিৰ খবৰ,২৯ জুলাই : আজি প্ৰচণ্ড শক্তিৰে অলিম্পিকৰ ৰিঙত নামিব মেৰী কম । ভাৰতীয় সময়মতে সন্ধিয়া ৩.৫০ বজাত কলম্বিয়াৰ ইগনীট ভালেন্সিয়া ভিক্টোৰিয়াৰ সৈতে মেৰীকমৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ খেল অনুষ্ঠিত হ'ব ।তিনিদিন জিৰণি লৈ বৃহস্পতিবাৰে পুনৰ ৰিঙত…

কালিলৈ ঘোষণা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল কোনকেইটা ৱেবচাইটত উপলব্ধ হ’ব ফলাফল ..?

আজিৰ খবৰ ২৯ জুলাই : কালিলৈ অৰ্থাৎ ৩০ জুলাইত ঘোষণা কৰা হ'ব  হাইস্কুল শেষান্ত পৰীক্ষাৰ ফলাফল । হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল  ৩০ জুলাইত পুৱা ঘোষণা কৰা হ'ব বুলি মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা…