গুৰুজনাৰ সৃষ্টিৰাজিক বিকৃত কৰিলে নেকি ?
তীৰ্থৰঞ্জন গোস্বামী, বামুণ্ডীসত্ৰ
আজি কিছুদিনৰ আগতে ডিব্ৰুগড় জিলাৰ মৰানত খৃষ্টান ধৰ্মৰ প্ৰাৰ্থনা সভাত মহাপুৰুষৰ শংকৰদেৱ ,মাধৱদেৱৰ কীৰ্তন,নামঘোষাৰ পদ প্ৰসঙ্গক বিকৃত ৰূপত ব্যৱহাৰ কৰা আৰু বৈষ্ণৱ সংস্কৃতি অৱমাননা কাৰ্যক গৰিহণা আৰু ধিক্কাৰ…