Your Voice, Our Strength
Browsing Tag

Today News

কেতিয়া সম্পূৰ্ণ হৈ উঠিব দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতু ?

আজিৰ খবৰ, গুৱাহাটী, ২৫ জুলাই : উত্তৰ পূৱৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত যান-জটৰ সমস্যা লাঘঁৱ কৰাৰ লক্ষ্যৰে কেবাখনো উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম চলি আছে । আনকি বিগত বর্ষৰ ১১ অক্টোবৰত দীনেশ গোস্বামী পথৰ মলিগাঁওৰ পৰা কামাখ্যাগেটলৈ প্ৰায় ৩…

নিম্নগামী হৈ পৰিল চাহপাতৰ মূল্য বিপাঙত ক্ষুদ্ৰ চাহ খেতিয়ক

আজিৰ খবৰ,২৫ জুলাই : ৰাজ্যত এতিয়া চাৰিওফালে এক হাহাকাৰ পৰিস্থিতি । মহামাৰী কোভিডৰ প্ৰকোপত কোনো সাৰি যোৱা নাই । এফালৰ পৰা যেন টছনছ কৰি পেলাইছে ৰাজ্য । স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন ৷ বহুলোকে ইতিমধ্যে হেৰুৱাইছে কৰ্মসংস্থাপন ৷ সমান্তৰালকৈ…

নৱম- শ্রেণী শিক্ষৰ্থী ৰ পঞ্জীয়নৰ শেষ দিন ১০ ছেপ্টেম্বৰ

আজিৰ খবৰ, গুৱাহাটী, ২৫ জুলাই : অহা ১০ ছেপ্টেম্বৰ পর্যন্ত নৱম শ্রেণীৰ ছাত্র–ছাত্রীসকলে অনলাইনযোগে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব৷ মাধ্যমিক শিক্ষা পৰিষদ, অসমৰ অন্তর্গত বিদ্যালয়ৰ নৱম শ্রেণীৰ ছাত্র–ছাত্রীসকলৰ পঞ্জীয়নৰ শেষ দিন ১০ ছেপ্টেম্বৰলৈ…

কংগ্ৰেছৰ নতুন সভাপতি ভূপেন বৰাক :ড০ দিব্যজ্যোতি শইকীয়াৰ অভিনন্দন

আজিৰ খবৰ, গুৱাহাটী, ২৫,জুলাই : বহুত দিন ধৰি চলি থকা এক জল্পনা-কল্পনা যেন ওৰ পৰিল । বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা AICCৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ভূপেন বৰাক অৱশেষত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে নিযুক্তি দিয়ে৷…

নেহৰু যুৱ কেন্দ্ৰ, কামৰূপৰ উদ্যোগত “Cheer 4 India Run Tokyo Olympic, 2020”

আজিৰ খবৰ, ২৪ জুলাই : শনিবাৰে নেহৰু যুৱ কেন্দ্ৰ সংগঠন উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগত আৰু নেহৰু যুৱ কেন্দ্ৰ, কামৰূপৰ ব্যৱস্থাপনাত কামৰূপৰ সংহত জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ পৰা আই আই টি, গুৱাহাটী খেলপথাৰলৈ "Cheers 4 India Run Tokyo Olympic 2020’'…

পুনৰ অসমৰ মাটি দখলৰ চেষ্টা নাগা দুৰ্বৃত্তৰ

আজিৰ খবৰ,২৪,জুলাই: এতিয়াও নাগা দুৰ্বৃত্তই অব্যাহত ৰাখিছে অসমৰ ভূমি আগ্ৰাসনৰ কাৰ্য্য ।আলোচনা যেন কোঠাৰ ভিতৰত সীমাবদ্ধ হৈ থাকিল চৰকাৰৰ কাণত নপৰিল যাৰ ফলস্বৰূপে আজিও এনেধৰণৰ ঘটনা সংগঠিত হৈ আছে । উল্লেখ্য যে অসম আৰু নাগালেণ্ডৰ মাজত কেইটামান দিন…