বিদ্ৰোহী সংগঠনৰ নেতা এম বাথাৰ আত্মসমৰ্পণ
আজিৰ খবৰ,২২জুলাই : অৱশেষত ঘৰৰ লৰা ঘৰলৈ ঘূৰি আহিল । বিদ্ৰোহী সংগঠনৰ নেতা এম বাথাই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে । নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ বড়োলেণ্ড ৰ মুৰব্বী এম বাথাই বৃহস্পতিবাৰে
ওদালগুৰি জিলাৰ মাজবাটৰ চিকাৰীডাঙত অসম-অৰুণাচল সীমান্তত…