হোজাইৰ মোৰাঝাৰত আৰক্ষীৰ অভিযান৷
আজিৰ খবৰ, হোজাই, ২১ জুলাইঃ মোৰাঝাৰ থানাৰ আৰক্ষী বিষয়া এ কে ফুকন আৰু এচ আই শান্তনু ৰয়ে এক গোপন সুত্ৰৰ পম খেদি পীৰবজাৰৰ এখন দোকানৰ পৰা অভিযান চলাই দুয়োকে গাঞ্জা আৰু ব্ৰাউন সুগাৰ সহ আটক কৰে দুয়োজনকে৷
ধৃত লোক দুজন ক্ৰমে ৰাজু উদ্দিন…