Your Voice, Our Strength

কালিলৈ অসম ফটো সাংবাদিক সন্হাৰ উদ্যোগত উদ্‌যাপিত হব বিশ্ব আলোকচিত্ৰ দিৱস

আজিৰ খবৰ,১৮ আগষ্ট : সমগ্ৰ বিশ্বতে ১৯আগষ্টৰ দিনটো বিশ্ব আলোকচিত্ৰ দিৱস হিচাপে পালন কৰি অহা হৈছে৷ বিগত বৰ্ষসমুহৰ দৰে এইবাৰো অসম ফটো সাংবাদিক সন্হাই ১৯আগষ্টত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন কৰাৰ বাবে প্ৰস্তুতি সম্পন্ন কৰিছে৷ সন্হাৰ সভাপতি চিন্ময়…

কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ আন এক আদৰণীয় পদক্ষেপ

আজিৰ খবৰ,১৮ আগষ্ট : অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞা) কার্যালয়ৰ উদ্যোগত আন এক আদৰণীয় পদক্ষেপ…

আমাৰ ল’ৰা ছোৱালী কেইটা ভোকত থকাটো আমি চাব নোৱাৰো

আজিৰ খবৰ,১৮ আগষ্ট : চৰকাৰে নতুন এছ অ পি ঘোষণা কৰাৰ লগে লগে বাছ চালক সকলৰে মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া । চৰকাৰে ঘোষণা কৰা এছ অ’ পিক লৈ বাছ-চালক সন্থাই কৰিছে তীব্ৰ অসন্তুষ্টি। আজি আই এছ বি টিত এক সংবাদ মেল অনুষ্ঠিত কৰি সদৌ অসম…

আজি নগালেণ্ডৰ স্বাধীনতা দিৱস: ১৫ আগষ্টত ভাৰতবৰ্ষ স্বাধীন হৈছিল । তেনেস্থলত নাগালেণ্ডে কেনেকৈ ১৪…

আজিৰ খবৰ ১৪ আগষ্ট : নাগাসকল ভাৰতৰ লগত আছে যদিও তেওঁলোকৰ বহুতে এতিয়াও নিজক ভাৰতীয় বুলি নাভাৱে। নিজৰ স্বাধীনতা দিৱস ১৪ আগষ্ট বুলিহে মানে। ঔপনিৱেশিক ব্ৰিটিছৰ হাতৰপৰা ভাৰত স্বাধীন হোৱাৰ বহু আগৰে পৰা পৃথক নাগাৰাষ্ট্ৰৰ দাবীত স্বাধীন মনৰ নগাসকলে…

৮০ হাজাৰ ক্ৰান্তিকাৰক ৰখা এখন জেইল । যাৰ চিঞঁৰ আজিও ভাঁহি আহে মানুহৰ কাণত…

আজিৰ খবৰ,১৪ আগষ্ট : এটা সময়ত ব্ৰিটিছে গোটেই বিশ্ব জিনি আগবাঢ়ি আহি আহি প্ৰায়বোৰ ঠাই আৱিষ্কাৰ কৰিছিল। কিন্তু এনেকুৱা এখন ঠাই আছিল যিখন ঠাই ব্ৰিটিছৰ বাবে আছিল অচিনাকি আৰু যোগাযোগ বিহীন । সেই ঠাইখনেই হ'ল ভাৰতৰ মূল ভূখণ্ডৰ পৰা প্ৰায় ডেৰ হাজাৰ…

ধাৰাবাহিক পত্ৰোপন্যাসঃ ৫ “ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত০০০০”

ধাৰাবাহিক পত্ৰোপন্যাসঃ ৫ “ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত০০০০” ------------- অৰুণাভ ----------- পঞ্চম খণ্ড_________ নীলা, বৰষুণৰ টোপালবোৰে এন্ধাৰবোৰ তিয়াই পেলাইছে ৷ খোলা খিৰিকীৰে নিজান নিশাৰ গীতৰ কলি এটা হৈ মোৰ জোনাক জিজ্ঞাসাই আতুৰ…

হলৌ বান্দৰৰ বাবে নিৰ্মাণ হ’ব ৰ’পৱে ।আপুৰুগীয়া প্ৰাণী হলৌ বান্দৰৰ সংৰক্ষণ শীৰ্ষক…

আজিৰ খবৰ,৩ আগষ্ট : অতি বিৰল আৰু আপুৰুগীয়া প্ৰাণী হলৌ বান্দৰৰ বাবে নিৰ্মাণ হ'ব ৰ'পৱে ।কেন'পী প্ৰস্তুত কৰা অথবা হলৌ বান্দৰ হোলোঙা পাৰত থকা অঞ্চলত ৰ'পৱে নিৰ্মাণ কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে। ইতিমধ্যে এই সম্পৰ্কে মুখ্যমন্ত্ৰীৰ লগত আলোচনা হৈছে…

উপচি পৰা মোৰ ভাল পোৱাৰে যদি তোমাৰ হিয়া জুৰ নপৰে ০০তেতিয়া….????

ধাৰাবাহিক পত্ৰোপন্যাসঃ৪ “ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত০০০০” ---- অৰুণাভ -- চতুৰ্থ খণ্ড ------ নীলা, কথোপকথনেৰে সময়বোৰ যে গুঠিছিলো আমি! সুগন্ধি সময়! সলাজ সময় ! সম্ভাৱনাৰ সময় ! সময়ৰ সংজ্ঞাৰে সন্ধিয়াবোৰ সজাবলৈ সংগোপনে গৈছিলোঁ তোমাৰ…

সুলেখিকা ইলু দেৱী বৰুৱাৰ দুখন গ্ৰন্থ উন্মোচন

আজিৰ খবৰ,১ আগষ্ট : কি পঢ়ি আছে ? কিতাপ এখন পঢ়ি আছো ৰবা। আপোনাক যেতিয়াই দেখো তেতিয়াই কিবা পঢ়ি থকা দেখো। ইমান ধৈৰ্য্য আপোনাৰ । হয়, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ খন হল চিয়াঁহীৰ মহাসাগৰ । মহাসাগৰত যেনেকৈ জাহাজ ঘূৰি ফুৰে,তেনেকৈ চিয়াঁহীৰ…

অভিলেখ গঢ়িলে এইবাৰ ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে : উত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ

"আজিৰ খবৰ,৩০ জুলাই : অৱশেষত পৰীক্ষাত ন'বহাকৈ এইবাৰ ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ ফলাফল কেইবাটাও ৱেবচাইটত লাভ কৰাৰ লগতে উক্ত ৱেবচাইট কেইটাৰ পৰা মাৰ্কশ্বিট ডাউনলোড কৰি ল’ব পাৰিব। মুঠ ১৪ টা ৱেবচাইটত…