Your Voice, Our Strength

নাখাও ভাত ! নোধোও গা ।কি কৰ’ কৰ “যোৰহাটত কোভিডৰ ভয়াবহ পৰিস্থিতি

আজিৰ খবৰ ১০ জুলাই : " নাখাও ভাত কৈছিলোঁ, খুৱালী। নোধোও গা কৈছিলোঁ, ধুৱালী। নিগিলোঁ, কি কৰ' কৰ " যোৰহাটত এতিয়া এচাম মানুহৰ চৰিত্ৰ এনেকুৱা। যাৰ বাবে দিনক দিনে ভয়াবহৰ দিশে গতি কৰিছে যোৰহাট । আনহাতে নাখাই মৰাতকৈ ক'ৰণাত মৰাই ভাল বুলি যোৰহাটত…

ভৰ খেতিৰ দিনত তিতাবৰত নাই পানী । কৃষকৰ মাজত হাহাকাৰ

আজিৰ খবৰ ১০ জুলাই:  জুলাইঃ এফালে মহামাৰীৰ তাণ্ডৱ  আৰু আনফালে খৰাং বতৰে যোৰহাট  জিলাৰ কৃষি প্ৰধান অঞ্চল তিতাবৰৰ কৃষক ৰাইজক বাৰুকৈয়ে জীয়াতু ভোগাইছে। ধানৰ কাৰণে অসম বিখ্যাত  জিলাখনৰ তিতাবৰ সমষ্টিৰ  বৰপথাৰ,খাত'পথাৰ, হামদৈকে  আদি বহু পথাৰত…

জুলাই মাহৰ পৰা আগষ্ট মাহ পৰ্যন্ত কি খেতি কৰিব ?

আজিৰ খবৰ ১০ জুলাই : জুলাই মাহৰ পৰা আগষ্ট মাহ পৰ্যন্ত তিল খেতিৰ বীজ সিঁচা সময়। তিলৰ মাধৱী, গৌৰী, বিনায়ক, এচ টি- ১৬৮৩ আদি অনুমোদিত জাতৰ বীজ সিঁচক। শাওণীয়া মাটি মাহৰ বীজ (এচ বি- ১২১) জুলাইৰ মাজ ভাগৰ পৰা আগষ্ট মাহৰ মাজ ভাগলৈ সিঁচিব পাৰি।…

সুঠাম যুৱক বিচাৰি ৮৫ বছৰীয়া আইতাই দিলে বিজ্ঞাপন

আজিৰ খবৰ,৯ জুলাই : প্রেমৰ যে কোনো বয়স নাই তাকে প্ৰমাণ কৰি দেখুৱাইছে আমেৰিকাৰ ৮৫ বছৰীয়া এগৰাকী আইতাই । ৮৫ বছৰীয়া এই গৰাকী বৃদ্ধা আইতাই বিচাৰিছে সুঠাম যুৱক । তাৰ বাবে দিছে আইতাই বিজ্ঞাপন । দুৰ্দান্ত প্ৰেমিকাৰ আইতাৰ প্ৰেম কাহিনীয়ে এতিয়া সংবাদ…

পুতেক জেলত। বৃদ্ধাৱস্থাৰ বাবে এইবাৰ পথাৰত হাল বাব নোৱাৰিলে দেউতাকে । পুতেকলৈ লিখিলে চিঠি ,…

"বাপু ❗মোৰ বৃদ্ধাৱস্থাৰ বাবে এইবাৰ পথাৰত হাল বাব নোৱাৰিলো; যাৰফলত খেতি কৰা নহ’ল❗ মই নিশ্চিত যে তুমি ঘৰত থকা হ’লে এই দুৰ্যোগ কেতিয়াও নহ’লহেঁতেন ‼️" এজন বৃদ্ধ কৃষকে কাৰাগাৰত থকা তেওঁৰ একমাত্ৰ পুতেকলৈ এইদৰে এখন চিঠি লিখিলে;--------_ দেউতাকৰ…

কেবিনেট মন্ত্ৰী হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । লাভ কৰিলে জাহাজ, জল পৰিবহন,…

আজিৰ খবৰ,৭ জুলাই : সুদীৰ্ঘ ৮বছৰৰ অন্তত অসমৰ পৰা কেবনেট মন্ত্ৰী হ’ল সৰ্বানন্দ সোণোৱাল । অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাভ কৰিলে জাহাজ, জল পৰিবহন আৰু বন্দৰ মন্ত্ৰণালয় । লগতে তেওঁৰ অধীনত থাকিব AYUSH মন্ত্ৰণালয় । ইফালে কেন্দ্ৰীয়…

কেনেকৈ লাভ কৰিব শ্ৰেষ্ঠ কৰ্মচাৰী পুৰস্কাৰ ?

আজিৰ খবৰ,৭ জুলাই : এইবাৰৰ পৰা ‘‘২৮ জুলাইৰ দিনটো দেশভক্ত দিৱস আৰু ৫ আগষ্টত কৰ্মচাৰী দিৱস হিচাপে পালন কৰা হ’ব । ২৮ জুলাইৰ দিনটো দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু তিথি। এই দিনটো দেশভক্ত দিৱস হিচাপে ৫ আগষ্টত গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসৰ দিনটো…

চিনেমাৰ নাম লৈ সৃষ্টি হোৱা এক কাহিনী

#নিমিলা #অংক# উজনিৰ দুজনী গাভৰু' ! এজনীৰ নাম - 'জানমণি', আনজনীৰ নাম 'কাদম্বৰী' ! দুয়োজনীয়ে দেখাত 'ৰূপহী' আৰু 'ৰাংঢালী' ! দুয়ো জনীৰ কথা ভাৱিলেই মোৰ 'যৌৱনে আমনি কৰে' l এদিন 'মৰম নদীৰ গাভৰু ঘাট'ত 'হালধীয়া চ'ৰাইক বাওধান খোৱাই থাকোতে ' জানমণি…

মেলামাটিত অংগনবাড়ী কৰ্মী,আশাকৰ্মীৰ মাজত মাস্ক-ছেনিটাইজাৰ বিতৰণ

আজিৰ খবৰ, মেলামাটিৰ ৬ জুলাইঃ তিতাবৰ মহকুমাৰ ৮৪ নং মেলামাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন এলেকাত ক'ভিড -১৯ ৰ সংক্ৰমণ এতিয়াও কমা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত ক'ৰনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস কৰাৰ প্ৰয়াসেৰে মেলামাটি গাঁও পঞ্চায়তৰ…

আজি নুসুধো হীৰুদা আপুনি কেনে আছে..!

আজিৰ খবৰ ৪ জুলাই : আজি নুসুধো হীৰুদা আপুনি কেনে আছে..! আপোনাৰ খৱৰ সদায়েই পাওঁ  "কবিতাৰ ৰ'দৰ"  মাজেৰে, "ভালপোৱাৰ দিকচৌ বাটেৰে", "সুগন্ধি শিপা" আৰু "শিপাৰ পৰা পাতলৈ"; আপুনি একেই আছে .."আপোনাৰ এহাতে সামৰা শব্দবোৰ" ৰ মাজত, ঠিক "এটা দীঘল কবিতাৰ…