Your Voice, Our Strength

টোপনি মৰাৰ আগত এইকেইটা কথা মনত ৰাখিব

আজিৰ খবৰ,১জুলাই : আপুনি কিয় টোপনি মাৰে ? আজিলৈকে বৈজ্ঞানিক সকলে এই কথাটো উদ্ভাৱন কৰিব পৰা নাই যে- মানুহে কিয় টোপনি মাৰে। • মানুহে নিজৰ জীৱনৰ তিনিভাগৰ এভাগ সময়, অৰ্থাৎ গড় হিচাবে ২৫ বছৰ টোপনি মাৰিয়েই কটাই দিয়ে। • টোপনিত থকা অৱস্থাত যদি…

এইবাৰ মেট্ৰিকত কেনেকৈ পাব নম্বৰ ?

আজিৰ খবৰ,১জুলাই : নৱম শ্ৰেণীৰ পৰা ৪০ শতাংশ । এছাইনমেণ্টৰ পৰা ২০ শতাংশ আৰু ৪০ শতাংশ দশম শ্ৰেণীৰ নম্বৰৰ পৰা নিৰূপণ হ'ব ফলাফল । আজি এনেদৰে উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ মূল্যাংকন নিৰূপণ কৰিছে বুলি শিক্ষামন্ত্ৰী…

কিমান মিছা আছিল শাসকীয় পক্ষৰ অভিযোগ

আজিৰ খবৰ,১জুলাই : শাসকীয় পক্ষৰ অভিযোগ কিমান মিছা।।ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাৰ কাৰণে অতি দূৰ্ভাগ্যজনক যে শাসকীয় পক্ষই বিৰোধীৰ প্ৰতিবাদ ৰোধ কৰিবলৈ কেনেদৰে অগণতান্ত্ৰিক পদ্ধতি অৱলম্বন কৰে তাৰ প্ৰমাণ আজি অখিল গগৈৰ ন্যায়িক মুক্তিৰ ৰায়দানে…

প্ৰায় ডেৰ বছৰৰ পাছত পুত্ৰ নচিকেতা আৰু পত্নীৰ সৈতে গুৱাহাটী বাসগৃহত বিধায়ক অখিল গগৈ।

আজিৰ খবৰ,২৫ জুন: প্ৰায় ডেৰ বছৰৰ পাছত পত্নী পুত্ৰৰ সৈতে শিৱসাগৰৰ বিধায়ক অখিল গগৈ । দুদিনৰ বাবে নিজা গৃহলৈ বুলি ৰাওনা বিধায়ক অখিল গগৈ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আজি উপস্থিত হ'ল চান্দমাৰীৰ  নিজৰাপাৰস্থিত বাসগৃহত। শনিবাৰে পুৱা মাতৃক…

যোৰহাটত ২৬ জুনত ক’ত ল’ব পাৰিব দ্বিতীয় পালি ক’ভেক্সিন ভেকচিন ….

আজিৰ খবৰ,যোৰহাট,২৩ জুন: সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাৰ বিভিন্ন স্থানত প্ৰদান কৰি থকা হৈছে বিনামূলীয়া ভেকচিন । কোভিদৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে এতিয়া ওলাই আহিছে সকলো ।প্ৰতিটো প্ৰতিষেধক কেন্দ্ৰতেই ভেকচিনৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে । ইতিমধ্যে…

পশ্চিম গুৱাহাটীত কংগ্ৰেছত পুনৰ খহনীয়া

আজিৰ খবৰ,২৫ জুন : পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ এগৰাকী প্ৰভাৱশালী নেত্ৰী তথা গুৱাহাটী জিলা কংগ্ৰেছৰ সভাপতি ডঃ জুৰি শৰ্মা বৰদলৈয়ে কিছুদিন পূৰ্বে দলৰ পৰা পদত্যাগ কৰাৰ পাছত সমষ্টিটোত কংগ্ৰেছ দলত গৰা খহনীয়া আৰম্ভ হৈছে । আজি সমষ্টিটোৰ ৰাণী…

কাছাৰত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে আটক দুই ড্ৰাগছ সৰবৰাহকাৰী

আজিৰ খবৰ ২৫ জুন : ৰাজ্য চৰকাৰে অসমত ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতেই আৰক্ষীৰ মাৰাথান অভিযানত প্ৰতি দিনতে ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিছে । এইবাৰ আৰক্ষীৰ জালত পৰিছে কাছাৰ জিলাৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ।…

চিমেন্টৰ টেংকীত কুচিয়া পুহি লাভ কৰিব পাৰে লাখ লাখ টকা

আজিৰ খবৰ,  ২৩ জুন : আমি সঘনাই শুনি থাকোঁ। ব্রয়লা কুকুৰাৰ ফাৰ্ম, ছাগলী ফাৰ্ম বা গাহৰি ফাৰ্মৰ লগতে ফিছাৰীৰ মাছ খেতিৰ কথা কথা  । কিন্তু আজি এনেকুৱা এবিধ মাছৰ কথা ক'বলৈ ওলাইছোঁ  যিবিধ মাছ  পুহিবলৈ এবিঘা দুবিঘা থকা পুখুৰী বা  ডাঙৰ ফিছাৰী আৱশ্যক…

ধুবুৰীত অভিভাৱক সচিব জে বি এক্কা,

আজিৰ খবৰ, ২২ জুন: ধুবুৰী জিলাৰ অভিভাৱক সচিব তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ প্ৰধান সচিব ডা জে বি এক্কাই আজি জিলাখনত উপস্থিত হৈ বিভিন্ন কোভিড টিকাকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰি বৰ্দ্ধিত টিকাকৰণ অভিযানৰ ৰূপায়নৰ বুজ লয়৷ জিলা উপায়ুক্ত…

গুৱাহাটী কৌশলৰে চলাই আছে দেশী – বিদেশী অবৈধ সুৰাৰ বেহা

আজিৰ খবৰ,গুৱাহাটী , ২২ জুন : ক'ভিডৰ ভয়াবহতা আৰু সান্ধ্য আইনক নেওচিও ৰাজ্যৰ আন বহু অঞ্চলৰ দৰে গুৱাহাটী মহানগৰীতো একাংশ লোকে কৌশলৰে চলাই আছে দেশী - বিদেশী অবৈধ সুৰাৰ বেহা । এনে অবৈধ বেহা বন্ধ কৰিবলৈ আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আবকাৰী…