অসম মেঘালয় সীমান্তৰ তামুলীকুছিত আৱকাৰী অভিযান , চুলাইৰ ভাটী ধংস
আজিৰ খবৰ, গুৱাহাটী, ৬ আগষ্ট : ৰাজ্যৰ বিভিন্ন অঞ্চলত চুলাই মদৰ ভাটীত বিয়লিৰ পৰা নিশালৈ হোৱা সুৰাপায়ীৰ ভীৰ আৰু এনে ভীৰৰ পৰাও ক'ভিডৰ সংক্ৰমণ হয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেবাজনো মন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছত আৱকাৰী বিভাগে…